DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জৰাজীৰ্ণ পথৰ বাবে জীয়াতু ভূগিছে ৰাইজে; কলিয়াবৰত পথৰ মাজতে ভুঁই ৰুই প্ৰতিবাদ ৰাইজৰ

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
August 3, 2021 2:20 pm
protest against diliapiated road

ফটো: নৰ্থইষ্ট নাও।

134
VIEWS
Share on FacebookShare on Twitter

চৰকাৰী অমনোযোগিতাৰ ফলত এটা জৰাজীৰ্ণ পথৰ বাবে যাতায়তৰ নামত জীয়াতু ভুগিব লগা হৈছে কলিয়াবৰৰ বৰঘূলিবাসী ৰাইজে।

পথটো মেৰামতি কৰি দিবৰ বাবে বিভাগক বহু বাৰ অৱগত কৰাই আহিছিল যদিও এতিয়ালৈকে কোনো সুফল লাভ কৰা নাই।

এই পথৰে দৈনিক কেইবা শতাধিক পথচাৰী অহা যোৱা কৰে।

এজাক বৰষুণ দিলেই এই পথচোৱা পানীৰে ভৰি পৰে। যাৰ ফলত পথ নে পুখুৰী ধৰিব নোৱা অৱস্থা হৈ পৰে।

বছৰ বছৰ ধৰি এইছোৱা পথৰ দুৰৱস্থাই তিক্ততা ভোগাই আহিছে অঞ্চলবাসীক।

উপায়ন্তৰ হৈ পথৰ মাজত ভুঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে বৰঘুলিবাসী ৰাইজে।

এই প্ৰতিবাদৰ জৰিয়তে সংশ্লিষ্ট বিভাগক শীঘ্ৰেই পথটো মেৰামতি কৰাৰ দাবী জনাইছে অঞ্চলবাসীয়ে।

Recent News

‘Shiv Sena Balasaheb’ ‘শিৱসেনা বালাচাহেব’ – একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম ঘোষণা

Maharashtra new CM একনাথ সিন্দে হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী , সন্ধিয়া ৭-৩০ বজাত শপতগ্ৰহণ

India’s largest pork processing plant

শিৱসাগৰত দেশৰ ভিতৰতে সৰ্ববৃহৎ গাহৰি ফাৰ্ম নিৰ্মাণৰ প্ৰস্তুতি

নাও চলাচলত বঙাইগাঁও জিলা দণ্ডাধীশৰ, সংশোধিত নিৰ্দেশনা জাৰি

নাও চলাচলত বঙাইগাঁও জিলা দণ্ডাধীশৰ, সংশোধিত নিৰ্দেশনা জাৰি

Couple commits suicide in Bajali: ঋণৰ বোজা সহিব নোৱাৰি বজালীত দম্পতীৰ আত্মহত্যা

Couple commits suicide in Bajali: ঋণৰ বোজা সহিব নোৱাৰি বজালীত দম্পতীৰ আত্মহত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd