• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূমি অৱণ্টনৰ দাবীত লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘট পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 15, 2018 8:04 pm
Sunchali

দীঘলীপুখুৰীত থকা লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ আমচাং বনাঞ্চলত অবৈধভাৱে দখল কৰি থকা লোকসকলক উচ্ছেদক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে এইবাৰ ভূমি অৱণ্টনৰ দাবীত ওলাই আহিছে নুনমাটিৰ চূণচালিৰ বহু পৰিয়াল।

শনিবাৰে চূণচালি গ্ৰাণ্টৰ মাটিত বসবাস কৰি অহা প্ৰায় ২০ হাজাৰ থলুৱা পৰিয়ালৰ নামত ভূমি অৱণ্টনৰ দাবীত দীঘলী পুখুৰীত থকা লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয় পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিয়ে।

Apply Now

পাঁচ শতাধিক লোকৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ণৰ অন্তত সংগঠনটোৱে গুৱাহাটীৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে, চূণচালি গ্ৰাণ্টত বসবাস কৰা এই লোকসকলক পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ১ কঠা পাঁচ লেচাকৈ ভূমি আৱণ্টন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বুলি পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ সভাপতি ডম্বৰুধৰ তালুকদাৰে জানিবলৈ দিয়ে।

তেওঁ কয়, “পূৰ্বতে চূণচালি গ্ৰাণ্টৰ ৩৯৯২ বিঘা ২ কঠা ১৯ লেচা মাটিক লৈ অসম চৰকাৰ আৰু ফ্ৰণ্টিয়াৰ এছ’চিয়েশ্যন নামৰ সংস্থাৰ মাজত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি আছিল। সেইবাবে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে ভূমি আৱণ্টন কৰিব পৰা নাযাব বুলি জানিবলৈ দিছিল আৰু এই আইনী জটিলতা আঁতৰিলেই ভূমি আৱন্টন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ২০১৪ চনৰ ২০ মে’ত উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি এই মাটি অসম চৰকাৰৰ অধীনলৈ যায়। গতিকে এই ভূমি আমাক আৱণ্টন দিয়াত এতিয়া কোনো অসুবিধা নাই।”

সমিতিখনে জানিবলৈ দিয়া মতে পূৰ্বৰ চৰকাৰৰেই এক হঠকাৰী সিদ্ধান্ত মৰ্মে উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা যোগে কয় যে চূণচালি গ্ৰাণ্টত থকা এই লোকসকলৰ অসমৰ আন কোনো ঠাইত নিজৰ বা, পিতৃ-মাতৃৰ নামত ভূমি নাথাকিলেহে চৰকাৰৰ পৰা আৱণ্টন লাভ কৰিবলৈ যোগ্য বিবেচিত হ’ব।

ন্যায়ালয়ৰ এই নিৰ্দেশনাই সমস্যাত পেলাইছে চূণচালি গ্ৰাণ্টৰ বাসিন্দাসকলক। পৰবৰ্তী সময়ত এই নিৰ্দেশনা পুনঃ বিবেচনা কৰিবলৈ সমিতিখনে ২০১৫ চনত ডিচেম্বৰ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰিট আৱেদন দাখিল কৰে।

ইপিনে, এই আৱেদনখন সন্দৰ্ভত অসম চৰকাৰক মতামত দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে।

গতিকে ন্যায়ালয়ৰ এই নিৰ্দেশনাটো বাতিল কৰিবলৈ অসম চৰকাৰক শপতনামা দাখিল কৰিবলৈ পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিয়ে দাবী জনাইছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd