• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সন্ধান ওলাল চুমি বৰাৰ! গুৱাহাটীতে লুকাই আছিল চুমি আৰু তাৰ্কিক; আশ্ৰয় দি বিপদত কণ্ঠশিল্পী দীক্ষু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2024 2:11 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত সন্ধান ওলাল বিশাল ফুকনৰ ট্ৰেডিং প্ৰৱঞ্চনাৰ অন্যতম সহযোগী অভিনেত্ৰী চুমি বৰাৰ! কণ্ঠশিল্পী দীক্ষুৰ গুৱাহাটীৰ ঘৰত লুকাই আছিল চুমি বৰা আৰু স্বামী তাৰ্কিক বৰা। কণ্ঠশিল্পী দীক্ষুৱে নিজেই স্বীকাৰ কৰিলে এই কথা।

বুধবাৰে সংবাদ মাধ্যমৰ আগত কণ্ঠশিল্পী দীক্ষুৱে জনায় যে চুমি বৰা আৰু তাৰ্কিক বৰা মঙলবাৰে তেওঁলোকৰ ঘৰলৈ আহিছিল। নিউ গুৱাহাটীৰ গণেশ নগৰৰ তেওঁলোকৰ ঘৰলৈ আহিছিল চুমি আৰু তেওঁৰ স্বামী।

দীক্ষুৱে সংবাদ মাধ্যমৰ আগত জনোৱা মতে চুমি আৰু তাৰ্কিক তেওঁলোকৰ ঘৰত থাকোতেই তাৰ্কিকলৈ আৰক্ষীৰ ফোন আহিছিল। মঙলবাৰে দিনৰ ১ বজাত আহি নিশা ১২ বজাৰ পিছতহে দুয়োজনে দীক্ষুৰ ঘৰৰ পৰা ওলাই গৈছিল।

Apply Now

কিন্তু চুমি বৰা আৰু তাৰ্কিকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ কথা জনাৰ পিছতো দীক্ষুৱে কিয় আৰক্ষীক খবৰ দিয়া নাছিল তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে হৈছে।

লগতে পঢ়কঃ বিশাল ফুকনৰ পিছত আন এজন অনলাইন প্ৰৱঞ্চক ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ; আৰক্ষীৰ ব্যাপক অভিযান

অৱশ্যে দীক্ষুৱে কয় যে তেওঁলোকে পূৰ্বে কথাটো গম পোৱা নাছিল। কিন্তু যেতিয়া আচল কথাটো গম পায়, তেতিয়া তেওঁলোকক যাবলৈ কৈছিল আৰু আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ কৈছিল।

কণ্ঠশিল্পী দীক্ষু আৰু তেওঁৰ পত্নী বিজিয়েতাৰ সৈতে চুমি আৰু তাৰ্কিকৰ ভাল সম্পৰ্ক আছিল। আগতেও তেওঁলোক দীক্ষুহঁতৰ ঘৰলৈ আহিছিল। এইবাৰ বিপদত পৰা সময়ত পুনৰ তেওঁলোকৰ ঘৰলৈ আহিল যদিও তেওঁলোকৰ বাবে বিপদো সৃষ্টি কৰি গ’ল।

উল্লেখ্য যে মহাপ্ৰৱঞ্চক বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পলাতক হৈ আছিল চুমি বৰা। চুমিক বিচাৰি মহানগৰ আৰক্ষীয়ে অভিযান চলাইছিল যদিও ক’তো কোনো শুংসূত্ৰ পোৱা নাছিল।

কিন্তু এইবাৰ কণ্ঠশিল্পী দীক্ষুৱে তেওঁলোকৰ ঘৰলৈ অহাৰ কথা সদৰী কৰাৰ লগে লগে নতুন জল্পনা-কল্পনা আৰম্ভ হৈছে।

জানিব পৰা মতে, দীক্ষুহঁতৰ ঘৰলৈ অহাৰ পিছতে চুমি আৰু স্বামীয়ে মবাইল অফ কৰিছিল। তেতিয়াৰ পৰাই আৰক্ষীয়ে তেওঁলোকৰ সন্ধান বিচাৰি হাবাথুৰি খাইছে।

লগতে পঢ়কঃ চিনেমাৰ নায়িকা কৰাৰ নামত হোটেলত মহিলাক ধৰ্ষণ? দক্ষিণৰ জনপ্ৰিয় তাৰকাৰ বিৰুদ্ধে অভিযোগ!

দীক্ষু আৰু পত্নীয়ে তাৰ্কিক-চুমিৰ সৈতে মিউজিক ভিডিঅ’ও কৰিছে। গতিকে তেওঁলোকৰ সম্পৰ্ক ভালেই। আনকি চুমি বৰাৰ বিয়াতো তেওঁলোক উপস্থিত আছিল। মাত্ৰ তেওঁলোকৰ এই কাৰনামা কিমানদূৰ জানিছিল সেয়াহে ৰহস্যৰ আৱৰ্তত।  

এতিয়া ইয়াৰ পৰাই আৰক্ষীয়ে বহু চৰ্চিত প্ৰৱঞ্চক দম্পতি চুমি আৰু স্বামী তাৰ্কিক কেনেদৰে জালত পেলাবলৈ সক্ষম হয় সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd