• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউন: ভোকত ওলাই আহিল পদপথৰ ভিক্ষাৰী, খাবলৈ দিলে কৰ্তব্যৰত আৰক্ষীয়ে

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 16, 2020 5:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না সংক্ৰমণ ৰোধৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল লকডাউন৷ ২৪ মাৰ্চৰ পৰা ২১ দিনীয়া লকডাউনৰ ঘোষাণা কৰাৰ পিছত লকডাউন ৩ মেলৈ বৃদ্ধি কৰা হয়৷

লকডাউনত বহুজনে অনাহাৰে দিন কটাব লগা হৈছে। যদিওবা বিভিন্নজনে সহায়ৰ হাত আগবঢ়াই পদপথৰ ভিক্ষাৰী তথা দৰিদ্ৰ লোকসকলৰ বাবে ওলাই আহিছে তথাপিও এই সাহায্যৰ পৰা বঞ্চিত আছে একাংশ পদপথৰ বাসিন্দা৷

Apply Now

লতাশিলত এনেদৰে খাদ্যৰ সন্ধানত ওলাই আহিছে এজন বিশেষভাৱে সক্ষম ব্যক্তি৷ উল্লেখ্য যে  বিগত ৬-৭ দিন ধৰি অনাহাৰে কটাইছে ব্যক্তিজনে৷ ভৰলুমুখৰ ফুটপাথৰ বাসিন্দা এওঁ৷

তেওঁৰ হাতত খাবলৈ একোৱেই নাই সেয়ে ওলাই আহিছে ৰাজপথলৈ৷ কিন্তু শূন্য ৰাজপথত খুজিবলৈ কোনোৱেই নাই৷

কৰ’নাৰ ভয়াৱহতা পাহৰি এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিছে এইজন বিশেষভাৱে সক্ষম ব্যক্তিয়ে৷ কোনোবাই যদি সহায় কৰিছে, কোনোবাই কৰা নাই৷

ব্যক্তিজনৰ অৱস্থা দেখি কৰ্তব্যৰত আৰক্ষীয়ে তেওঁক বিস্কুট,কেক আদি খাবলৈ দিয়ে।

উল্লেখ্য যে অসম আৰক্ষীয়ে বিভিন্ন ঠাইত পদপথৰ বাসিন্দাকে ধৰি ভোকাতুৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে।

দ্বিতীয়  পৰ্যায়ৰ লকডাউনৰ  আজি দ্বিতীয়টো দিন।

২০ এপ্ৰিললৈকে কঠোৰভাৱে পালন হ’ব লগা লকডাউনৰ ফলত সমগ্ৰ দোকান-পোহাৰ বন্ধ হৈ পৰিছে। ৰাজপথবোৰো হৈ পৰিছে জনশূন্য৷ যাৰ ফলত অনাহাৰে কটাবলগীয়া হৈছে একাংশ ভিক্ষাৰীয়ে।

উল্লেখযোগ্য যে ব’হাগৰ প্ৰথম দিনটোতেই  খাবলৈ নাপাই মৃত্যুবৰণ কৰিছিল মহানগৰীৰ এজন ভিক্ষাৰীয়ে।

এতিয়া আশা মাথো এটাই এই ঘটনাৰ যেন পুনৰাবৃত্তি নহওক। পদপথৰ বাসিন্দাসকলৰ বাবে বৰ্তমানতকৈ বৃদ্ধি হওক সাহায্যৰ সংখ্যা। সামৰ্থ্য অনুযায়ী এওঁলোকৰ বাবে যোগান হওক খাদ্যৰ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd