DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পশ্চিমবংগত ৩০ জুনলৈ বাহাল থাকিব ল’কডাউনৰ নীতি-নিৰ্দেশনা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2020 1:41 am
banerjee-1140x570

মমতা বেনার্জীৰ ফাইল ফটো।

1k
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনত ল’কডাউনৰ নীতি-নিৰ্দেশনা ৩০ জুন পৰ্যন্ত বাহাল থাকিব বুলি সোমবাৰে ঘোষণা কৰে।

ইয়াৰ পূৰ্বে পশ্চিমবংগত ১৫ জুন পৰ্যন্ত ল’কডাউন বৃদ্ধি কৰা হৈছিল।

পশ্চিমবংগত শ্বপিং মল, ৰেষ্টুৰেণ্ট আৰু অন্যান্য ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ খোলাৰ দিনটোতে মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে ল’কডাউনৰ নীতি-নিৰ্দেশনা ৩০ জুন পৰ্যন্ত বাহাল থাকিব বুলি গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

উল্লেখযোগ্য যে, দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকল পশ্চিমবংগলৈ ঘুৰি অহাৰ পাছৰে পৰা ৰাজ্যখনত ক্ৰমাগতভাৱে ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে।

মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰে পশ্চিমবংগৰ ভালেসংখ্যক বিদ্যালয় আৰু পৰ্যটক চেণ্টাৰক অস্থায়ী কোভিড-১৯ হস্পাতাল হিচাপে গঢ়ি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে, পশ্চিমবংগ চৰকাৰে আই চি এম আৰক ৰাজ্যখনৰ পৰিস্থিতিৰ সৈতে যুঁজাৰ ক্ষেত্ৰত অংশগ্ৰহণৰ সুযোগ নিদিয়া বাবে বিজেপিৰ সভাপতি দিলীপ ঘোষে মমতা বেনাৰ্জীক কঠোৰ সমালোচনা কৰি পশ্চিমবংগৰ প্ৰকৃত কোভিড আক্ৰান্তৰ সংখ্যা লুকুওৱাৰ অভিযোগ উত্থাপন কৰিছে।

Recent News

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd