• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীৰ ১১ টা ৱাৰ্ডত আজিৰে পৰা পুনৰ ল’কডাউন : কি কি ৱাৰ্ডত হ’ব লকডাউন?

পূৰ্বতকৈ অধিক কটকটীয়া হ'ব ল'কডাউন : জিলা উপায়ুক্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 23, 2020 4:11 pm
index.jpg1
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ১১ টা ৱাৰ্ডত আজিৰে পৰা পুনৰ ল’কডাউন হ’ব। আজি নিশা ৯ বজাৰ পৰা প্ৰযোজ্য হ’ব এই ল’কডাউন।

জিলা উপায়ুক্তই এক সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে।

Apply Now

অহা ১৪ দিনৰ বাবে হ’ব এই ল’কডাউন।

ক’ৰ’নাৰ গণসংক্ৰমণ হোৱা অঞ্চলত সংক্ৰমণ ৰোধ কৰাৰ বাবে এই পদক্ষেপ কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০, ১৫ আৰু ১৬ নম্বৰ ৱাৰ্ডত হ’ব এই ল’কডাউন।

 

২ নম্বৰ ৱাৰ্ডৰ আনন্দ নগৰ, জয়মতী নগৰ, নিউ আদাবাৰী, পাণ্ডু ৰেল’ৱে মাৰ্কেট, ফেৰী ঘাটৰ ৩,৪,৫ আৰু ৬ কলনি, নিউ ৰেইলৱে কলনি, ইনষ্টিটিউট কলনি, গাৰপাণ্ডু, LOCO কলনি, চাদিলাপুৰৰ এটা অংশ, BBC কলনি পৰ্যন্ত হ’ব ল’কডাউন।

তিনি নম্বৰ ৱাৰ্ডৰ গ্ৰীণ পাৰ্ক কলনি, ৱাটাৰ ৱৰ্কছ ৰেইলৱে কলনি, মন্দিৰ ঘাট কলনি, মালিগাঁও বালি পাৰা, গাৰপাণ্ডু এলেকা, আদাবাৰী, আদাবাৰী ৰেইলৱে কলনী, আনন্দ নগৰ, মালিগাঁও এলেকা।

চাৰি নম্বৰ ৱাৰ্ডৰ পাণ্ডু নাথ বস্তি, কামাখ্যা কলনি এলেকা, কামাখ্যা মন্দিৰ, মালিগাঁওৰ কিছু অংশ।

৫ নম্বৰ ৱাৰ্ডৰ মালিগাঁও পূব পশ্চিম ৰেইলৱে কলনী, গোটানগৰ ৰেইলৱে কলনী, আদৰ্শ কলনি, বি জি কলনিৰ এটা অংশ, গোশালা ৰেইলৱে কলনি, দূৰ্গা সৰোৱৰ, শান্তিপুৰ আৰু ভূতনাথ।

৬ নম্বৰ ৱাৰ্ডৰ ধীৰেণপাৰা, গণেশপাৰা, মনপাৰা, দতাল পাৰা, কটাহপাৰী, গড়চুক আৰু জ্যোতিকুছিৰ এটা অংশত হ’ব ল’কডাউন।

৭ নম্বৰ ৱাৰ্ডৰ গোটানগৰ, গোটানগৰ এন চি, মালিগাঁও এন চি, ফটাশিল এন চি, দূৰ্গা সৰোৱৰ, ফটাশিল, ধীৰেণপাৰা হিল চাইডত হ’ব ল’কডাউন।

৮ নম্বৰ ৱাৰ্ডৰ কুমাৰপাৰা, মাছখোৱা, আঠগাঁও (এটা অংশ), ভৰলুমুখত হ’ব ল’কডাউন।

৯ নম্বৰ ৱাৰ্ডৰ ছাত্ৰীবাৰী, কৃষ্ণনগৰ, টকৌবাৰী, ফাঁচীবজাৰ আৰু আঠগাঁৱৰ এটা অংশত থাকিব ল’কডাউন।

১০ নম্বৰ ৱাৰ্ডৰ ফাঁচী বজাৰ, পল্টন বজাৰ, পাণবজাৰৰ সমগ্ৰ অঞ্চলত হ’ব ল’কডাউন।

১৫ নম্বৰ ৱাৰ্ডৰ বিষ্ণুপুৰ, নতুনবস্তি, বিমলানগৰ, মহেন্দ্ৰ নগৰ, শংকৰপুৰ, ফটাশিল।


১৬ নম্বৰ ৱাৰ্ডৰ ভাস্কৰ নগৰৰ বৰ্ষাপাৰা, ধীৰেনপাৰা, আনন্দ নগৰ আৰু ৰঙাপথাৰত থাকিব ল’কডাউন।

অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, জৰুৰীকালীন সেৱা, ফলমূল, শাক-পাচলি আৰু গাখীৰৰ দোকান খোলা থাকিব।

জৰুৰীকালীন সেৱাক বাদ কৰি যিকোনো ব্যক্তিগত বাহন, যাত্ৰীবাহী বাহনৰ চলাচল নিষিদ্ধ এই অঞ্চল সমূহত।

পূৰ্বতকৈ অধিক কটকটীয়া তথা কঠোৰ হ’ব এই ল’কডাউন। তাৰ বাবে সষ্টম থাকিব আৰক্ষী প্ৰশাসন।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd