DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘হটস্পট ঠাইসমূহত কঠোৰতা অৱলম্বন কৰি ল’কডাউন সম্পূৰ্ণ উঠাই দিব লাগে’ : তৰুণ গগৈ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 11, 2020 6:34 pm
tarun-gogoi-1200x600
421
VIEWS
Share on FacebookShare on Twitter

ল’কডাউন সম্পূৰ্ণৰূপে উঠাই দিব লাগে। যিসমূহ অঞ্চলত হটস্পট তাত নিয়ম অনুসৰি কঠোৰ হোৱা দৰকাৰ। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

ল’কডাউন সম্পূৰ্ণৰূপে শিথিল যদি কৰি নিদিয়ে তেন্তে অৰ্থনীতি সম্পূৰ্ণৰূপে  কোঙা কৰিব। নিজ বাসগৃহত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ।

দেশত কোভিড১৯ত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ।

আৰোগ্যৰ সংখ্যা ৩০% শতাংশ । মৃত্যুৰ সংখ্যা ৩.৩% ই  ভাৰতৰ বাবে  ইতিবাচক।প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কয়।

‘ডেৰ মাহত ভাৰতবৰ্ষৰ অৰ্থনীতি তথৈবচ। ১১ কোটি লোকে চাকৰি হেৰুৱাবলগীয়া হৈছে । জীৱিকা আৰু উপাৰ্জনৰ ওপৰত বেছি গুৰুত্ব দিয়া দৰকাৰ । মোদীয়ে কৈছিল ২ কোটি চাকৰি দিয়াৰ কথা কৈছিল। কিন্তু সম্প্ৰতি ভাৰতবৰ্ষত ইতিমধ্যে ১১ কোটি লোকে চাকৰি  হেৰুৱাব লগীয়া হৈছে । সৰ্বসাধাৰণ লোকে দুবেলা দুমুঠি খাবৰ বাবে চিন্তা কৰিব লগীয়া হৈছে ।‘’

আনহাতে গগৈয়ে কয় ‘শ শ মাইল খোজ কাঢ়ি ল’ৰা ছোৱালীয়ে পদ যাত্ৰা কৰিব লগীয়া দুৰ্ভাগ্যজনক।’

‘ৰে’ল আলিত কেনে দৰে মৃত্যুক সাবটিলগীয়া হোৱা ছবি খনৰ কথা দুনাই কোৱাৰ প্ৰয়োজন নাই।অসমৰ বাহিৰত কৰ্মৰত বা অন্য লোকসকলক ঘূৰাই আনিবলৈ যি ব্যৱস্থা কৰিব লাগে সেয়া হোৱা দেখা নাই।’ গৈগৈৰ মন্তব্য।

‘বিপদত সহায় কৰাৰ কথা কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  কিন্তু তেওঁলোকক উভতাই আনিব বিচাৰ নাই, ইচ্ছা প্ৰকাশ কৰা নাই । বৰঞ্চ বাধ্যত পৰিহে তেওঁলোকক উভতাই আনিব বিচাৰিছে সেয়া অতিকৈ তাৎপৰ্যপূৰ্ণ কথা ।’

‘কেৱল মাত্ৰ প্ৰচাৰমুখী হোৱাকৈ কাম কৰিছে, আমি প্ৰচাৰমুখী চৰকাৰ এখন বিচৰা নাই। যিসকল বহি ৰাজ্যৰ পৰা আহিছে  তেওলোকক স্ক্ৰীনিং, টেষ্ট ট্ৰেকিং ভালদৰে কৰোৱাৰ দৰকাৰ।’ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গগৈৰ অভিযোগ।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি গগৈয়ে কয় ‘তুমি নিজেই  কৈ আছা এইবোৰৰ কথা কিন্তু সেয়া সুচাৰূপে পালনে হোৱা নাই।’

আনহাতে চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি  তৰুণ গগৈয়ে কয় আজমীৰৰ পৰা আহি গাড়ী আহি শিলচৰ পালেগৈ কিন্তু এইখন চৰকাৰ শুই থাকিল।

‘অসম চৰকাৰে আনিছিল বহু পিপিই কীট কিন্ত সেইবোৰ ক’ত গ’ল? দন্ত চিকিৎসক আক্রান্ত হৈছে কিন্ত তেওঁলোকে পোৱা নাছিল পৰ্যাপ্ত সা সুবিধা  ।আক্রান্ত হোৱা দন্ত চিকিৎসক গৰাকীয়ে পোৱা নাছিল পিপিই কীট।’ অভিযোগ কৰি কয় গগৈয়ে।

ইপিনে প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিৰ দুৰ্নীতি  হৈছে সেয়ে তৰুন গগৈয়ে চিবিআই তদন্তৰ দাৱী জনায়।

লগতে প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিংঙৰ স্বাস্থ্য আশু আৰোগ্য কামনা কৰে।

Recent News

Assam Career

Assam Career : খাৰুপেটীয়া মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ খালী , জানো আহক আবেদনৰ প্ৰক্ৰিয়া

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Assam Career

Assam Career : নুমলীগড় ৰিফাইনেৰীত (NRL) বিভিন্ন পদ খালী, কিদৰে কৰিব আবেদন?

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকাৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকাৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd