• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামুলপুৰত লকডাউন উলংঘা; ৰাজ্য চৰকাৰে দিয়া টকা উলিয়াব আহিল বেংকলৈ

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , April 16, 2020 2:36 pm

1 min read

IMG_20200416_100319

ফটো : নৰ্থ-ইষ্ট নাও

24.7k
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰত লকডাউন উলংঘা কৰি বিত্তীয় প্ৰতিস্থানৰ সম্মুখত আজি গ্ৰাহকৰ অভাৱনীয়  ভীৰ দেখা গল৷

ৰাজ্য চৰকাৰে দুখীয়া লোকৰ বেংক একাউন্টত জমা কৰা ৫ হাজাৰ টকা আৰু উজ্বলা আঁচনিৰ ৰন্ধন গেছৰ কমিশ্যনৰ ধন উলিয়াবলৈ তামুলপুৰ মহকুমা সদৰৰ মাজ মজিয়াত থকা য়ুকো বেংক, অসম গ্ৰামীন বিকাশ বেংকৰ লগতে বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ সমূহত আজি পুৱাৰে পৰা গ্ৰাহকৰ যথেষ্ট ভিৰ দেখা যায়।

বেংক সমূহৰ সম্মুখত বেংকৰ কৰ্মচাৰী, সংবাদসেৱী সকলে যদিও বুজোবলৈ চেষ্টা কৰিছে কোভিড-১৯ ৰ ভয়াবহতাৰ কথা, কিন্তু গ্ৰাহক সকলে এই কথাত কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ’ল।

ইফালে পুৱাৰে পৰা তামুলপুৰত বিদ্যুত সেৱা ব্যাহত হৈ থকাৰ ফলত ইন্টাৰনেট সেৱাও ব্যাহত হৈ পৰাত বেংক সমুহে আদায় দিব পৰা নাই গ্ৰাহকক ধন।

যাৰ ফলত পুৱা পাঁচ বজাৰ পৰা বেংকৰ সন্মুখত ৰৈ থকা একাংশ গ্ৰাহকে বিফল মনেৰে উভতিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

কেইবাগৰাকী বিশেষ ভাবে সক্ষম লোকেও আহি নিৰূপায় হৈ উভতি যাব লগা হৈছে। আৰক্ষীয়ে এই লোকসকলক বুজাবৰ বহু প্ৰচেষ্টা কৰিছিল যদিও বিফল হোৱাত অৱশেষত আৰক্ষীয়ে দাবী-ধমকিৰে আঁতৰাব লগা পৰিস্থিতিৰ সৃষ্টি হয়।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd