• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউন: চৰকাৰী বাছেৰে উভটিব পাৰিবনে আপুনি? ব্যস্ত ১০৪

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 23, 2020 8:59 pm
Lockdown: Will you be able to return by ASTC bus?

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ মাজতে মানৱীয়তাৰ খাতিৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য ও বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন্তঃ জিলা পৰিবহণ অহা তিনিটা দিনৰ বাবে মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছিল।

কেৱল ঘৰলৈ আৰু কাৰ্যালয়লৈ উভটিবৰ বাবে জনসাধাৰণক চৰকাৰী বাছৰ সুবিধা কৰি দিয়াৰ কথা ঘোষণা কৰিছিল মন্ত্ৰীগৰাকীয়ে।

Apply Now

তেওঁ অৱশ্যে কৈছিল যে সকলোৱে এই সুবিধা নাপাব কিয়নো এএছটিছিৰ ইমান বাহন নাই, কিন্তু যিমান সম্ভৱ ঘৰলৈ পঠিওৱাৰ যত্ন কৰা হ’ব।

ছাত্ৰ, মহিলা, বয়োজ্যেষ্ঠ লোকক অগ্ৰাধিকাৰ দিয়াৰ কথাও মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছিল।

পিছে এই সুবিধা গ্ৰহণৰ বাবে ফোন কৰিবলৈ মুকলি কৰা ১০৪ সেৱা অনবৰতে ব্যস্ত থকা বুলি বহু লোকে অভিযোগ স্থাপন কৰিছে।

তিনিচুকীয়াৰ পৰা কলিয়াবৰলৈ আহিবলগীয়া কৃষ্ণ উপাধ্যায় নামৰ এজন যুৱকে কালিৰে পৰা ১০৪ত যোগাযোগ কৰি আছে যদি বৰ্তমানলৈকে সংযোগ স্থাপন কৰিব পৰা নাই।

ঠিক সেইদৰে গুৱাহাটীৰ পৰা ডিব্ৰুগড় মৰাণলৈ যাবলৈ আশাৰে বাট চাই ৰোৱা পল্লৱী বৰা আৰু দীপশিখা বৰগোহাঁয়ো বৰ্তমানলৈকে সংযোগ স্থাপন কৰিব পৰা নাই ১০৪ ফোন সেৱাৰ সৈতে।

“মই ইয়াত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰো, ভাড়া ঘৰত থাকো। মই ঘৰলৈ যাব পৰা নাই, খাদ্য যোগাৰ কৰাত, ঘৰ ভাড়া দিয়াত এতিয়া অসুবিধাৰ সন্মুখীন হৈছো। মই ঘৰলৈ যাব লাগিছিল কিন্তু এতিয়ালৈকে ১০৪ৰ সৈতে সংযোগ স্থাপন কৰিব পৰা নাই। এই তিনিটা দিনত যাবলৈ পাম নে নাই?” নাম প্ৰকাশত অনিচ্ছুক এগৰাকী যুৱতীয়ে দুখ প্ৰকাশ কৰি কয়।

গুৱাহাটীত ভাৰাতীয়া হিচাপে থকা বহু লোকৰে ব্যক্তিগত বাহন নাই, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই তিনিটা দিনৰ ভিতৰত অসম পৰিবহণ নিগমৰ বাহনেৰে ঘৰলৈ যাব বুলি আশাৰে বাট চাই আছিল। কিন্তু বৰ্তমানলৈকে সংযোগ স্থাপন কৰিব নোৱাৰাত এতিয়া বিমোৰত পৰিছে আবদ্ধ হৈ থকা লোকসকল।

স্বাভাৱিকতে প্ৰশ্ন হয়, আবদ্ধ লোকসকলক চৰকাৰী বাছৰে ঘৰলৈ যাব পাৰিবনে?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd