• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘আম্বেদকাৰ ঘূৰি আহিলেও ভাৰতীয় সংবিধান ধ্বংস কৰিব নোৱাৰে’- গণতন্ত্ৰ ৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী হিচাপে আত্মপ্ৰকাশ মোদীৰ

by
April 12, 2024 6:34 pm
354
VIEWS
Share on FacebookShare on Twitter

এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ দায়িত্ব কান্ধ পাতি ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে৷মণিপুৰৰ প্ৰসংগত মৌন,কৃষক আন্দোলনত নিমাত প্ৰধানমন্ত্ৰী মোদী এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজখনত প্ৰথম শাৰীৰ প্ৰহৰী হিচাপে আত্মপ্ৰকাশ কৰিছে৷নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা হ্ৰাসৰ অভিযোগ, ধৰ্মনিৰপেক্ষতাক অৱমাননা কৰি ‘কা’ বলৱতৰ অভিযোগ মাজতে প্ৰধানমন্ত্ৰীৰ মুখত ভাৰতীয় সংবিধানৰ প্ৰসংগ৷ ভাৰতীয় সংবিধানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ নিৰ্মাতা বি আৰ আম্বেদকাৰৰ বিষয়টো উত্থাপন কৰে। ৰাজস্থানৰ বৰমেৰিত বিজেপিৰ নিৰ্বাচনী সভাত মোদীয়ে কয় যে “বাবাচাহেব আম্বেদকাৰে নিজেও আজি সংবিধান ধ্বংস কৰিব নোৱাৰে। চৰকাৰৰ বাবে সংবিধান হৈছে গীতা, কোৰাণ, বাইবেল।”

লগতে পঢ়ক: ব্যক্তিগত কাৰণত অলিম্পিকৰ বাবে ভাৰতৰ চেফ-ডি-মিছন পদৰ পৰা পদত্যাগ মেৰীকমৰ

শেহতীয়াকৈ কৰ্ণাটকৰ বিজেপি সাংসদ অনন্ত হেগড়ে-এ দাবী কৰিছিল যে ভাৰতক হিন্দু ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সংবিধান সলনি কৰাটো প্ৰয়োজনীয়। আৰু সংবিধানৰ পৰিৱৰ্তনৰ বাবে সংসদত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। তাৰ বাবেই বিজেপিয়ে ৪০০ আসনৰ লক্ষ্য লৈ নিৰ্বাচনত প্ৰৱেশ কৰিছে বুলি তেওঁ দাবী কৰে। কংগ্ৰেছকে ধৰি বিৰোধীয়ে গেৰুৱা শিবিৰৰ বিৰুদ্ধে সাংবিধানিক ব্যৱস্থা ধ্বংস কৰাৰ গোপন পৰিকল্পনা সংৰচনাৰ অভিযোগ উত্থাপন কৰে।

শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হেগড়েৰ মন্তব্যৰ কথা উল্লেখ কৰি কয় যে বিজেপি নেতাৰ বক্তব্যৰ পৰা স্পষ্ট যে সংবিধান সলনি কৰিবলৈ চাৰিশ আসনৰ প্ৰয়োজন। নৰেন্দ্ৰ মোদী আৰু সংঘ পৰিবাৰৰ গোপন পৰিকল্পনা প্ৰকাশ হৈছে। বাবাচাহেব আম্বেদকাৰৰ সংবিধান ধ্বংস কৰাটোৱেই হৈছে মোদীৰ চূড়ান্ত লক্ষ্য। কাৰণ বিজেপিৰ লোকসকলে ন্যায়, সমতা, নাগৰিক অধিকাৰ বা গণতন্ত্ৰ সহ্য কৰিব নোৱাৰে।

লগতে পঢ়ক: চাহ শ্রমিকক আটাইতকৈ বেছি প্ৰতাৰণা কৰিছে বিজেপিয়ে: সাংসদ অজিত কুমাৰ ভূঞা

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd