• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা সোঁৱৰণী সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা সম্পন্ন

অঞ্জুমান ভৰদ্বাজ by অঞ্জুমান ভৰদ্বাজ
December 24, 2024 8:18 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ উদ্যোগত লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা সোঁৱৰণী সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্রতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ দলে অংশগ্রহণ কৰে।

প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, উত্তৰ পূব হস্ততাঁত আৰু হস্তশিল্প উন্নয়ন নিগমৰ উপদেষ্টা সৃপৰ্না বৰুৱা, চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্য, উপাধ্যক্ষা ডাঃ য়ানবেনী হামচৈ, অধ্যাপক ডাঃ বিমল ডেকা আৰু সহকাৰী অধ্যাপক ডাঃ প্ৰদ্যুম্ন গোস্বামী প্ৰমুখ্যে প্ৰতিযোগীসকল, মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্রী তথা চিকিৎসকসকল।

Apply Now

হিতেন্দ্ৰ নাথ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ অধ্যাপিকা বিদুলা শৰ্মা, জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী আৰু লেখক তথা নিবন্ধকাৰ কিশোৰ কলিতা।

প্রতিযোগিতাৰ শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰে জে বি মহাবিদ্যালয়, যোৰহাটৰ সুদীপ্ত শইকীয়াই, বঁটা স্বৰূপে আছিল এটা বঁটা, এখন মানপত্ৰ আৰু নগদ ৪০০০ টকা,দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰে দৰং মহাবিদ্যাল়য়, তেজপুৰৰ অনুপ্ৰেৰণা মহন্তই, বঁটা স্বৰূপে আছিল এটা বঁটা, এখন মানপত্ৰ আৰু নগদ ৩০০০ টকা, তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰিয়ংকা সাহাই, বঁটা স্বৰূপে আছিল এটা বঁটা, এখন মানপত্ৰ আৰু নগদ ২৫০০টকা।

প্ৰতিযোগিতা খনৰ শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে গৌৰৱ কাশ্যপ আৰু য়াত্ৰিক শৰ্মাই প্ৰতিনিধিত্ব কৰা জে বি আইন মহাবিদ্যালয়ে, বঁটা স্বৰূপে আছিল ডাঃ ভুৱনেশ্বৰ বৰুৱা সোঁৱৰণী চলন্ত বঁটা,মানপত্ৰ আৰু নগদ ৬০০০টকা ,দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে মোজাহিদুল ইছলাম আৰু জনাঞ্জয় দেৱে প্ৰতিনিধিত্ব কৰা অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ে,বঁটা স্বৰূপে আছিল ডাঃ জগদীশ চন্দ্ৰ ভট্টাচাৰ্য সোঁৱৰণী চলন্ত বঁটা,মানপত্ৰ আৰু নগদ ৫০০০ টকা আৰু তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে সুদীপ্ত শইকীয়া আৰু যোগান্তৰ মাধৱ শইকীয়াই প্ৰতিনিধিত্ব কৰা জে বি মহাবিদ্যালয়ে,বঁটা স্বৰূপে আছিল স্বৰ্গীয় ঋতুপৰ্ণা বৰপাত্ৰ গোহাঁই সোঁৱৰণী চলন্ত বঁটা,মানপত্ৰ আৰু নগদ ৪০০০ টকা। স্বৰ্গীয় ৰত্নময়ী ডেকা সোঁৱৰণী বঁটা লাভ কৰে দৰ্শনা পাটোৱাৰীয়ে।

চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ডাঃ দীপজ্যোতি কলিতাই অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকল উপস্থিত থাকি প্রতিযোগিতাখন সফল কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

অঞ্জুমান ভৰদ্বাজ

অঞ্জুমান ভৰদ্বাজ

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd