• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : কলিয়াবৰ লোকসভা সমষ্টি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 5, 2019 4:11 pm
Loksabha election: Constituency profile of Assam's Kaliabor
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাৰ সম্পূৰ্ণ অংশ আৰু নগাওঁ জিলাৰ একাংশ সামৰি গঠন হৈছে ১১ নম্বৰ কলিয়াবৰ লোকসভা সমষ্টি। এই সমষ্টিটো অসংৰক্ষিত।

নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ-

Apply Now
  • মুঠ ভোটাৰৰ সংখ্যা ১৭১০৯৩৯ গৰাকী
  • পুৰুষ ভোটাৰ: ৮৭৪৩১৯ জন
  • মহিলা ভোটাৰ: ৮৩৬৫৭৫ গৰাকী
  • তৃতীয় লিংগৰ ভোটাৰ: ৪৫ গৰাকী

মুঠ ভোটকেন্দ্ৰ আছে ২১৭৪ টা।

১৯৬৭ চনত সমষ্টিটোৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বেদব্ৰত বৰুৱা সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

বৰ্তমানো কংগ্ৰেছৰ দখলত থকা সমষ্টিটোৰ সাংসদ হৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ। সাংসদ গৌৰৱ গগৈকেই এইবাৰ ২০১৯চনৰ নিৰ্বাচনতো কংগ্ৰছে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

লোকসভা সমষ্টিটোত ১০টা বিধান সভা সমষ্টি অন্তৰ্ভুক্ত আছে। ইয়াৰ এটা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। সমষ্টি কেইটা-

১। ৮৩ ধিং (এ আই ইউ ডি এফৰ দখলত, বিধায়ক আমিনুল ইছলাম)

২। ৮৪ বটদ্ৰৱা (বিজেপিৰ দখলত, বিধায়ক আঙুৰলতা ডেকা)

৩। ৮৫ ৰূপহীহাট (কংগ্ৰেছৰ দখলত, বিধায়ক নুৰুল হুদা)

৪। ৮৮ চামগুৰি (কংগ্ৰেছৰ দখলত, বিধায়ক ৰকিবুল হুছেইন)

৫। ৮৯ কলিয়াবৰ (অগপৰ দখলত, বিধায়ক কেশৱ মহন্ত)

৬। ৯৩ বোকাখাত (অগপৰ দখলত, বিধায়ক অতুল বৰা)

৭। ৯৪ সৰুপথাৰ (কংগ্ৰেছৰ দখলত, বিধায়ক ৰ’জলিনা তিৰ্কী)

৮। ৯৫ গোলাঘাট (কংগ্ৰেছৰ দখলত, বিধায়ক অজন্তা নেওগ)

৯। ৯৬ খুমটাই (বিজেপিৰ দখলত, বিধায়ক মৃণাল শইকীয়া)

১০। ৯৭ দেৰগাওঁ (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) (অগপৰ দখলত, বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী)

উল্লেখযোগ্য যে বিগত নিৰ্বাচনসমূহৰ বেছিভাগতেই কংগ্ৰেছ জয়ী হোৱা সমষ্টিটোত ১৯৮৫ চনত অগপৰ ভদ্ৰেশ্বৰ তাঁতি, ১৯৯৬ চনত অগপৰেই কেশৱ মহন্ত জয়ী হৈছিল। ১৯৯৮ চনৰ পৰা একেৰাহে সমষ্টিটোৰ পৰা তৰুণ গগৈ, তেওঁৰ ভাতৃ দীপ গগৈ আৰু পৰৱৰ্তী সময়ত ২০১৪ চনত গৌৰৱ গগৈ সাংসদ নিৰ্বাচিত হয়।

২০১৪ চনৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে ৪,৪৩,৩১৫টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা বিজেপিৰ মৃণাল শইকীয়াই পায় ৩,৪৯,৪৪১ টা ভোট। তদুপৰি এ আই ইউ ডি এফৰ বিজয় কুমাৰ তিৰুৱে লাভ কৰে ২,৩১,২৯৫ টা ভোট। ১২,৪০৩ গৰাকী ভোটাৰে ন’টা ভোট দিছিল।

২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অহা ১১ এপ্ৰিলত।

নিৰ্বাচনৰ বাবে সমষ্টিটোত এইবাৰ মুঠ ৭জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। তেওঁলোক হ’ল ক্ৰমে– কংগ্ৰেছৰ গৌৰৱ গগৈ, অগপৰ মণি মাধৱ মহন্ত, এন পি পিৰ আব্দুল আজিজ, হিন্দুস্তান নিৰ্মাণ দলৰ দিগন্ত কুমাৰ শইকীয়া, অসম জন মৰ্চাৰ মঃ হাৰিকুল ইছলাম বৰভূঞা, নিৰ্দলীয় জিতেন গগৈ আৰু ভাস্কৰ শৰ্মা।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd