• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰত্যেক ভোটাৰলৈ গুৱাহাটীত ফ্ৰী সেৱা ৰেপিদ’ৰ, বাতৰিটোত ক্লিক কৰি লওক অ’ফাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2019 5:40 pm
Loksabha election: Rapido bike taxi offers free ride to voters in Guwahati

ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বৃহৎ বাইক টেক্সি এপ ৰেপিদ’ই সমাগত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনা গুৱাহাটী সমষ্টিৰ ভোটাৰসকললৈ আগবঢ়াইছে বিনামূলীয়া বাইক ৰাইড।

অ’ফাৰটো পাবলৈ ইয়াত ক্লিক কৰক।

Apply Now

এই সুবিধা উপভোগ কৰিবলৈ ভোটাৰসকলে ৰেপিদ’ এপটোত গৈ বাইক বুক কৰিব লাগিব। ফ্ৰি ৰাইডৰ এই সুবিধা উপভোগ কৰিবলৈ ভোটাৰসকলে কুপন ক’ড IVOTE ব্যৱহাৰ কৰিব লাগিব।

ৰেপিদ’ বাইক এপে আগবঢ়োৱা এই সুবিধা কেৱল গুৱাহাটীতহে আৰু কেৱল আসন্ন লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা অৰ্থাৎ ২৩ এপ্ৰিলত উপলব্ধ হ’ব।

প্ৰত্যেকজন ভোটাৰে যাতে “ৰাইট টু ভোট” অধিকাৰ সাব্যস্ত কৰিবলৈ সময়ত ভোটগ্রহণ কেন্দ্রত উপস্থিত হ’ব পাৰে তাৰ বাবেই ৰেপিদ’ বাইক এপে এই বিনামূলীয়া সুবিধা আগবঢ়াইছে।

“ৰেপিদ’ৰ এই সেৱা প্ৰত্যেকজন ভোটাৰৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে যাতে প্ৰতিজন ভোটাৰে সময়মতে ভোটদান কৰিব পাৰে। ৰেপিদ’ৰ এই ফ্ৰি ৰাইড সেৱা কেৱল ভোটদানৰ সময়তহে মহানগৰীত ভোটাৰসকলে উপভোগ কৰিব পাৰিব,” নৰ্থ-ইষ্ট নাওক জনায় ৰেপিদ’ৰ চিটী হে’ড সুমন আচার্য্যই।

ভোটাৰসকলে গুগল প্লে’ ষ্টৰ বা এপল ষ্ট’ৰৰ পৰা ৰেপিদ’ ম’বাইল এপটো ডাউনল’ড কৰি বাইক বুক কৰিব পাৰিব।

বিনামূলীয়া ৰেপিদ’ বাইক ৰাইড কেৱল ভোটদানৰ সময়তহে উপলব্ধ হ’ব।

ৰেপিদ’ বাইক ট্ৰেক্সি বৰ্তমান গুৱাহাটী আৰু শ্বিলঙত আৰম্ভ হৈছে।

চাৰিচকাৰ টেক্সিৰ ঠাইত বাইকৰ প্ৰচলন কৰি জনপ্ৰিয়তা আৰ্জিবলৈ সক্ষম হোৱা বাংগালোৰৰ এই প্ৰতিষ্ঠানটোৱে বৰ্তমান ভাৰতৰ ৪০ খনতকৈয়ো অধিক নগৰ আৰু ১৬ খন ৰাজ্যত সেৱা আগবঢ়াই আছে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd