• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত অপহৃত এনপিপি কৰ্মী, বিজেপি-এন এছ চি এন (কে)ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
April 18, 2019 9:31 pm
Loksabha election: Two NPP supporters in NSCN-K net, Arunachal Pradesh BJP's hand alleged

এনএছচিএন(কে)ৰ এগৰাকী বিদ্ৰোহী সদস্য। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ লংদিঙত দুজনকৈ এনপিপি সমৰ্থকক নাগা বিদ্ৰোহী সংগঠন “এন এছ চি এন-কে”ই অপহৰণ কৰাৰ অভিযোগ উঠিছে।

নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ শাসকীয় বিজেপিৰ একাংশ প্ৰাৰ্থীয়ে নাগা বিদ্ৰোহী সংগঠনটোৰ সৈতে গোপন বুজাবুজি কৰি প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ সমৰ্থকক হাৰাশাস্তি কৰাত নামি পৰিছে৷ এই অভিযোগ অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ লংডিং পুমাও বিধান সভা সমষ্টিৰ এন পি পি দলৰ প্ৰাৰ্থী থাংৱাম বাংহামৰ।

Apply Now

প্ৰাৰ্থীগৰাকীয়ে লংডিং থানাত দাখিল কৰা এজাহাৰত অভিযোগ কৰিছে– এন পি পিৰ দুই সমৰ্থক আপং ৱাংচু আৰু য়াটুন ৱাংচাক বুধবাৰে এন এছ চি এন (কে)ই অপহৰণ কৰি নিছে৷

ঘটনাটো সন্দৰ্ভত লংডিং আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০৫ / ৫০৬ / ৩৪ ধাৰাত আৰু ডব্লিউ এছ ১০ / ১৩ ইউ এ পি আইনৰ অধীনত এটা গোচৰ ৰুজু হৈছে৷

এজাহাৰত তেওঁৰ প্ৰতিদ্বন্দ্বী বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে উগ্ৰপন্থীৰ সৈতে গোপন বুজাবুজি কৰি তেওঁৰ দলৰ কৰ্মীসকলক হাৰাশাস্তি কৰাৰ কথা উল্লেখ কৰি বিজেপি প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

এজাহাৰখনত ৱাংহামে উল্লেখ কৰিছে যে লংডিং জিলাৰ লংখাউ ভিলে’জ এলেকাত ৩০গৰাকী এন এছ চি এন (কে)ৰ কেডাৰ আৰু ১০ গৰাকী এন এছ চি এন (আই এম)ৰ কেডাৰে বাহৰ পাতি বিজেপি দলৰ হৈ কাম কৰি আছে৷

ইপিনে বিজেপি-এন পি পি সমৰ্থকৰ মাজত সৃষ্ট বিবাদৰ বাবে ভোটগ্ৰহণ স্থগিত ৰখা সমষ্টিটোৰ লংখাউ ভোটকেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া পুনৰ ভোটগ্ৰহণত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ দাবী জনাইছে ৱাংহামে৷

আনহাতে ৱাংচু ছাত্ৰ সন্থা আৰু সদৌ ৱাংচু মহিলা কল্যাণ সমাজ নামৰ আগশাৰীৰ সংগঠন দুটাই এন এছ চি এন (আই এম) নাগা আৰ্মীৰ ব্লু স্কাই অপাৰে’চনৰ কমাণ্ডাৰক লংখাউ ভিলে’জৰ পৰা তেওঁলোকৰ কেডাৰ উঠাই নিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিছে৷

লংখাউত অনুষ্ঠিত হ’ব লগা পুনৰ ভোটগ্ৰহণৰ দিনা কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’লে ইয়াৰ বাবে এন এছ চি এনয়েই জগৰীয়া হ’ব বুলি সকীয়াই দিছে সংগঠন দুটাই।

Tags: নিৰ্বাচন ২০১৯
মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd