• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উদ্বিগ্ন লণ্ডনৰ অসমীয়া সম্প্ৰদায়

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2018 1:44 pm
citizenship-ammendment-bill-2016-570x320

প্ৰতিনিধিত্বমূলক ফটো। ফটো : ইন্টাৰনেটৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লণ্ডনত থকা অসমীয়া সম্প্ৰদায়ে প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ এ সৃষ্টি কৰা ভাবুকিৰ প্ৰতি গভীৰভাৱে উদ্বিগ্নতা প্ৰকাশ কৰি ইয়াৰ বিৰোধিতাৰে ভাৰতৰ উচ্চায়ুক্ত ৱাই কে সিনহাক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

‘’ বিধেয়কখন যদি গৃহীত কৰা হয় তেতিয়াহ’লে ই অসমৰ জনগাঁথনি, সংস্কৃতি আৰু অসমীয়া ভাষাৰ প্ৰতি এক জটিল সংকট আনিব। প্ৰৱাসী অসমীয়া হিচাপে আমাৰ পৰিচয় আৰু সুৰক্ষা সংকটাপন্ন,’’-ফ্ৰেণ্ডছ অৱ আছাম এণ্ড ছেভেন চিষ্টাৰ্ছ সংগঠনটোৰ ব্ৰিটেইনত অসমৰ সমন্বয়ক ৰিনি কাকতিয়ে কয়।

Apply Now

লণ্ডনত থকা অসমীয়া সম্প্ৰদায়ক নেতৃত্ব দি বেনু কাকতি, ৰিনি কাকতি, অপূৰ্ব বৰুৱা, কৃষ্ণ বৰুৱা, সাৰদা শৰ্মা, বিনু শৰ্মা, পল্লৱ দাস আৰু অমিত শৰ্মাৰ দ্বাৰা গঠিত এটি প্ৰতিনিধি দলে যোৱা মাহত এই সন্দৰ্ভত এলডুইচৰ ইণ্ডিয়া হাউছত ব্ৰিটেইনত থকা ভাৰতীয় উচ্চায়ুক্ত ৱাই কে সিনহাক সাক্ষাৎ কৰিছিল।

‘’ তেওঁৰ পিতৃ লেফটেনেন্ট জেনেৰেল এছ কে সিনহা আছিল অসমৰ প্ৰাক্তন ৰাজ্যপাল যিগৰাকী ব্যক্তিৰ অসমৰ কল্যাণৰ হ’কে থকা বিপুল বৰঙণি তথা প্ৰয়াসক সদায় সুঁৱৰিব লাগিব,’’- কাকতিয়ে লগতে কয়।

‘’ যিসকল লোক ভাৰতীয় নাগৰিক নহয় তেওঁলোকক ভাৰতীয় সংবিধানে সামৰি লোৱা নাই। যদি এক বৃহৎ সংখ্যক বাংলাদেশৰ পৰা অহা শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয়, তেতিয়াহ’লে এই শৰণাৰ্থীসকলক কেন্দ্ৰীয় চৰকাৰে অকল অসমত নহয় গোটেই ভাৰতবৰ্ষতে সংস্থাপিত কৰা উচিত,’’-স্মাৰক পত্ৰখনত কোৱা হৈছে।

প্ৰতিনিধি দলটোৱে ৱাই কে সিনহাক ব্ৰিটেইনত থকা ভাৰতীয় প্ৰতিনিধি হিচাপে তেওঁলোকৰ উদ্বিগ্নতাৰ কথা নতুন দিল্লীত থকা সংশ্লিষ্ট চৰকাৰী বিভাগক আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষক অৱগত কৰিবলৈ অনুৰোধ কৰে।

স্মাৰক পত্ৰখনত আঙুলিয়াই দিয়া হৈছে যে এই সংশোধনীয়ে বাংলাদেশৰ পৰা অহা তথা অসমত অনুপ্ৰৱেশ কৰা হিন্দু শৰণাৰ্থীক সংস্থাপিত কৰাৰ এক প্ৰৱল সম্ভাৱনা আছে।

এইটোৱে অসমীয়া সংস্কৃতি তথা অসমীয়াৰ পৰিচয়ৰ প্ৰতি বিপদ মাতি আনিব। আন কোনো ৰাজ্যই এনেধৰণৰ জটিলতাৰ সন্মুখীন নহয় আৰু সেয়েহে সেই ৰাজ্যসমূহে এই পৰিস্থিতিটোৰ প্ৰতি উদাসীন।

ইয়াৰোপৰি, প্ৰতিনিধি দলটোৱে অসমৰ খিলঞ্জীয়া লোকৰ পৰিচয় সুৰক্ষিত কৰাৰ স্বাৰ্থত গ্ল’বেল আছাম এছোচিয়েশ্যনৰ দৰে অসমীয়া সম্প্ৰদায়ৰ আন প্ৰৱাসী সংগঠনৰ পৰাও সহযোগিতা বিচাৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd