• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হত্যাৰ গোচৰত অভিযুক্ত মল্লযুঁজাৰু সুশীল কুমাৰৰ কেৰিয়াৰ শেষ নেকি? কি ক’লে প্ৰশিক্ষকে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2021 12:13 pm
Sushil Kumar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুটাকৈ অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰৰ কেৰিয়া শেষ হ’ব নেকি?

এই প্ৰশ্ন এতিয়া দেশৰ ক্ৰীড়া মহলত সঘনাই উচ্চাৰিত হৈছে।

Apply Now

উল্লেখ্য যে যোৱা ৬ মে’ত দক্ষিণ দিল্লীৰ ছাত্ৰশাল ষ্টেডিয়ামৰ পাৰ্কিং প্লেচত সাগৰ ৰাণা নামৰ ২৩ বছৰীয়া এগৰাকী মল্লযুঁজাৰুৰ হত্যাৰ অভিযোগত অভিযুক্ত হৈ পলাতক হৈ আছে সুশীল কুমাৰ।

আৰক্ষীয়ে চাৰিজন সতীৰ্থসহ সুশীল কুমাৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি সুশীলৰ লগতে অন্য পলাতক অভিযুক্তসকলক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।

ইফালে সুশীল কুমাৰৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুল্লযুঁজাৰুগৰাকীৰ প্ৰশিক্ষক বীৰেন্দ্ৰ কুমাৰে।

লগতে পঢ়ক : অলিম্পিক পদক বিজয়ী মল্ল যুঁজাৰু সুশীল কুমাৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু দিল্লী আৰক্ষীৰ

প্ৰশিক্ষক বীৰেন্দ্ৰ কুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই ঘটনাই ভাৰতীয় কুস্তিৰ বদনাম কৰিলে আৰু তেওঁ যথেষ্ট অপমানিতবোধ কৰিছে। তেওঁৰ মতে এই ঘটনাৰ পিছত সুশীল কুমাৰৰ কেৰিয়া একপ্ৰকাৰৰ সমাপ্তিয়ে ঘটিব।

“এই ঘটনাৰ পিছত সকলো পিতৃ-মাতৃয়ে নিজ সন্তানক কুস্তিৰ অনুশীলনলৈ প্ৰেৰণ কৰাৰ আগতে চিন্তা কৰিব। এই লজ্জাজনক কাণ্ডত সুশীলৰ দৰে বিখ্যাত লোকৰ নাম জড়িত হোৱাৰ পিছত ভাৰতীয় কুস্তি কালিমালিপ্ত হ’ল। এতিয়াৰ পৰা কোনো অভিভাৱকে তেওঁলোকৰ সন্তানক অসৎ মানুহৰ সংগত থাকি বেয়া হোৱাতো নিবিচাৰব।”

বীৰেন্দ্ৰ কুমাৰে লগতে কয় যে ২০০৮ চনৰ বেইজিং অলিম্পিকত পদক জয় কৰি সুশীল কুমাৰে দেশৰ লক্ষ লক্ষ তৰুণ-তৰুণীৰ আদৰ্শ হৈ উঠিছিল আৰু ভাৰতীয় কুস্তিৰ চৰিত্ৰ ৰাতিটোৰ ভিতৰতে তেওঁ সলনি কৰি দিছিল।

“তেওঁ দেশৰ কুস্তিক বদনাম কৰিলে। এনে কাম কৰাৰ আগতে নিজৰ সুনামৰ কথা সুশীলে ভাবি চোৱা উচিত আছিল।” প্ৰশিক্ষক বীৰেন্দ্ৰ কুমাৰে কয়।

আনহাতে অতিৰিক্ত ডিচিপি ডঃ গুৰিকবাল সিংহ সিধুৱে কয় যে নিহত লোকজনৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত সুশীল কুমাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁক কৰায়ত্ত কৰিবলৈ তালাচী অব্যাহত ৰখা হৈছে।

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি অন্যান্য মল্লযুঁজাৰুসকলৰ আগত সাগৰ ৰাণাই অপদস্ত কৰাৰ অভিযোগ তুলি সুশীল কুমাৰে সতীৰ্থসহ ৰাণাক অপহৰণ কৰি নি হত্যা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd