• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাম নেপালীহে ভাৰতীয় নহয়, অযোধ্যা প্ৰকৃততে নেপালৰ এখন গাঁও : নেপালৰ প্ৰধান মন্ত্ৰী অ’লি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2020 12:22 am
WhatsApp Image 2020-06-27 at 3.58.55 PM

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ'লি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত বিৰোধী মন্তব্য প্ৰকাশেৰে বিখ্যাত হৈ পৰা নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অলিৰ সোমবাৰে দিয়া বিতৰ্কিত মন্তব্যই ভাৰতত যথেষ্ট চৰ্চা লাভ কৰিছে।

নেপালৰ প্ৰধান মন্ত্ৰী অ’লিয়ে সোমবাৰে প্ৰকৃত অযোধ্যা ভাৰতত নহয় নেপালতহে অৱস্থিত বুলি মন্তব্য কৰে।

Apply Now

”ভগৱান ৰাম এজন নেপালী ভাৰতীয় নহয়,” কে পি শৰ্মা অ’লিয়ে কয়।

অ’লিয়ে কোৱা মতে, ভগৱান ৰামৰ জন্মস্থান অযোধ্যা উত্তৰপ্ৰদেশত নহয় দক্ষিণ নেপালৰ থোৰিৰ বাল্মীকি আশ্ৰমৰ ওচৰতহে।

নেপালী কবি ভানুভক্তৰ জন্মজয়ন্তী উপলক্ষ্যে নেপালৰ প্ৰধান মন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ প্ৰধান মন্ত্ৰী অ’লিয়ে এইদৰে বিতৰ্কিত মন্তব্য কৰে।

ভাষণ প্ৰসংগত অ’লিয়ে নেপাল সাংস্কৃতিক আগ্ৰাসনৰ বলি হোৱা বুলি উল্লেখ কৰি নেপালৰ ইতিহাসক বিকৃত কৰা হৈছে বুলিও লগতে কয়।

নেপালী কবি ভানুভক্তই পশ্চিম নেপালৰ থানুত ১৮১৪ চনত জন্মগ্ৰহণ কৰিছিল। ভানুভক্ত বাল্মিকীৰ ৰামায়ণ নেপালী ভাষালৈ অনুবাদ কৰাৰ বাবে বিখ্যাত হৈ পৰিছিল।

১৮৬৮ চনত ভানুভক্তৰ দেহাৱসান ঘটিছিল।

”যদিও প্ৰকৃত অযোধ্যা নেপালৰ পশ্চিম বীৰগুঞ্জৰ থোৰিত অৱস্থিত, ভাৰতে ৰামৰ জন্মস্থান তেওঁলোকৰ দেশতহে বুলি দাবী কৰি আহিছে,” নেপালৰ প্ৰধান মন্ত্ৰীয়ে লগতে কয়।

”আমি বিশ্বাস কৰো যে সীতা ভাৰতৰ ৰাজকুমাৰ ৰামৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। প্ৰকৃততে অযোধ্যা এখন পশ্চিম বীৰগুঞ্জত অৱস্থিত এখন গাঁওহে,” বিতৰ্কিত অ’লিৰ বিতৰ্কিত মন্তব্য।

আনহাতে, প্ৰধান মন্ত্ৰী গৰাকীয়ে সেই সময়ত দুৰ্গম যোগাযোগ ব্যৱস্থা আৰু পৰিবহন ব্যৱস্থাৰ অভাৱৰ বাবে ইমান দূৰত দৰা-কইনাৰ বিবাহ সম্ভৱ হ’বই নোৱাৰে বুলিও দাবী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd