• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইৰ মুখৰ ভাষা হেৰাই যোৱা মানে জাতি অধঃপতনলৈ গতি কৰা: পদুম ৰাজখোৱা

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
April 20, 2019 8:44 pm
Loss of mother tongue means beginning of destruction for nation: Padum Rajkhowa

বসন্ত বৈঠকৰ দৃ্শ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আৰু পুৰণিগুদাম নাম পানীগাওঁস্থিত লাইআটী সত্ৰৰ সহযোগত সত্ৰ চৌহদত শুকুৰবাৰে অনুষ্ঠিত হয় এখন ‘বসন্ত বৈঠক’।

বিশিষ্ট সাংস্কৃতিক তথা সমাজ কৰ্মী চিত্তৰঞ্জন বৰাই উদ্দেশ্য বাখ্যা কৰা বৈঠকখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই অসমীয়া ভাষা-সংস্কৃতিলৈ বিভিন্ন দিশৰ পৰা অহা সংকটৰ কথা উল্লেখ কৰি কয় যে– আইৰ মুখৰ ভাষা হেৰাই যোৱা মানে এটা জাতি অধঃপতনলৈ গতি কৰা, বোবা হৈ পৰা।

Apply Now

নগাওঁ জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল হাজৰিকাই উদ্বোধন কৰা বৈঠকখন ইন্দুশ্ৰী কলিতাৰ বৰগীতেৰে শুভাৰম্ভ হয়। লাইআটী সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামীয়ে আদৰণি ভাষণ আগবঢ়োৱা বৈঠকখনত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা লেখক তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া চন্দ্ৰমোহন কাকতীয়ে ‘শ্ৰী শ্ৰী লাইআটী সত্ৰৰ সংক্ষিপ্ত ইতিবৃত্ত’ নামৰ এখন গ্ৰন্থ উন্মোচন কৰি লাইআটী সত্ৰৰ ইতিহাসৰ লগতে পুৰণিগুদামৰ ইতিহাসৰ বিভিন্ন দিশ অৱলোকন কৰে।

বৈঠকতে পুৰণিগুদাম সুতাৰ ৰান্ধনীচুক নিবাসী বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা সমাজসেৱী হেমকান্ত দাধৰাক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে নাম পানীগাওঁ নিবাসী বিশিষ্ট সাংস্কৃতিক সাধক বুদ্ধিনাথ কলিতা আৰু শিক্ষাব্ৰতী ডঃ হেমন্ত কুমাৰ শইকীয়াক বিহুৱানেৰে আদৰণি জনোৱা হয়।

বৈঠকত ডঃ চণ্ডীচৰণ গোস্বামী, বুদ্ধিনাথ কলিতা, বিপুল কুমাৰ বৰা, গিৰীশ চন্দ্ৰ দাস, ভাৰতী বৰা, প্ৰফুল্ল চন্দ্ৰ বৰা, দ্বিজেন্দ্ৰ মোহন শইকীয়া, বসন্ত কৌশিক ভাগৱতী, স্মৃতিজ্যোতি গোস্বামী, অতুল কুমাৰ বৰুৱা, চন্দ্ৰ শইকীয়া, পদুম শইকীয়া আদিয়ে কবিতা পাঠ কৰে।

পুৰণিগুদাম শাখা সাহিত্য সভাৰ উপ সভাপতি পুলিন হাজৰিকাৰ সভাপতিত্ব তথা সমীক্ষাৰে সমাপন হোৱা বৈঠকত ইন্দুশ্ৰী কলিতাই আধুনিক গীতো পৰিৱেশন কৰে।

তদুপৰি বাবুল শইকীয়াৰ নেতৃত্বত বিহু নৃত্য আৰু কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰা হয়। শিশু নিয়ৰ শইকীয়া আৰু নিবিড় অনুৰাগ ভৰদ্বাজৰ গীত, গৌৰীচৰণ আৰু শ্যামচৰণ দেৱ গোস্বামীৰ গীতাৰ শ্লোক পাঠে বৈঠকখন গাম্ভীৰ্যপূৰ্ণ কৰি তোলে।

বৈঠকৰ শলাগৰ শৰাই আগবঢ়াই শাখাৰ সম্পাদক দ্বিজেন্দ্ৰ মোহন শইকীয়াই।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd