• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানুহৰ নিষ্ঠুৰতাৰ নিদৰ্শন! ঐতিহাসিক জয়সাগৰ পুখুৰীত শতাধিক পক্ষীৰ মৃত্যু

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 11, 2019 10:56 pm
Migratory birds

জয়সাগৰ পুখুৰীত মৃত্যু হোৱা পৰিভ্ৰমী পক্ষী।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক জয়সাগৰ পুখুৰীত চৰিবলৈ অহা শতাধিক পক্ষীয়ে মানুহৰ নিৰ্মমতাৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি ল’ব লগীয়া এটা ঘটনাই অঞ্চলটোৰ সচেতন নাগৰিক, প্ৰকৃতিপ্ৰেমীক মৰ্মাহত কৰি তুলিছে।

পুখুৰীটোলৈ দৈনিক হাজাৰ হাজাৰ জলচৰ পক্ষী, বিশেষকৈ বনৰীয়া হাঁহ আহে যদিও আজি প্ৰায় শতাধিক পক্ষীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ কৰুণ দৃশ্য দেখা পায় দাঁতিকাষৰ মানুহে।

Apply Now

আজি ৰাতিপুৱা ঐতিহাসিক পুখুৰীটোত এইদৰে জাকে জাকে পৰিভ্ৰমী চৰাইবোৰৰ মৃত্যু হোৱা দেখি হতবাক হয় স্থানীয় ৰাইজ।

স্থানীয় ৰাইজে অনুমান কৰামতে, একাংশ দুষ্টলোকে মাংসৰ লোভত চৰাইবোৰ চৰি থকা ঠাইত ধান আদিৰ  লগত ফুৰাদন নামৰ এবিধ বিষাক্ত ঔষধ মিহলাই আলহী পক্ষীসমূহ নিধন কৰে। এইদৰে পক্ষীসমূহ ধৰি মাংস হিচাপে বিক্ৰী কৰি বহুতে এক ৰমৰমীয়া ব্যৱসায় কৰি আহাৰ অভিযোগো আনে স্থানীয় ৰাইজে।

এই বিষয়ে বহুবাৰ বনবিভাগক জনোৱাৰ পিছতো কোনো কাৰ্য্য ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত নহ’ল বুলি স্থানীয় ৰাইজে অভিযোগ আনে। “বনবিভাগৰ অৱহেলাৰ বাবেই জয়সাগৰ পুখুৰীত আজি এই দৰে জাক জাক পৰিভ্ৰমী পক্ষীৰ মৃত্যু হয়।” এজন স্থানীয় লোকে কয়।

ইফালে ঘটনা সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনক সাংবাদিকে অৱগত কৰাৰ তিনি ঘণ্টাৰ পাছতো জয়সাগৰ পুখুৰীত উপস্থিত হবলৈ সময় নোলাল এজনো প্ৰশাসনিক বিষয়াৰ। যাৰ বাবে সাংবাদিকৰ দল এটাই স্থানীয় ৰাইজৰ সহায়ত পক্ষীসমূহ উদ্ধাৰ কৰে।

বহু পলমকৈহে পিছত বন বিভাগৰ দুজনমান কৰ্মচাৰী আৰু চিকিৎসকৰ দল এটা উপস্থিত হৈ বহুকেইটা পক্ষী জীৱিত অৱস্থাত উদ্ধাৰ কৰা পক্ষী সমুহ চিকিৎসাৰ ব্যৱস্থা কৰে যদিও ভালে সংখ্যক আলহী পক্ষীৰ ইতিমধ্যে মৃত্যু হয়।

উল্লেখযোগ্য যে এছিয়াৰ ভিতৰতে বিখ্যাত জয়সাগৰ পুখুৰীটোৰ পানীত প্ৰতি বছৰে শীতকালত হাজাৰ হাজাৰ বনৰীয়া পৰিভ্ৰমী চৰাইবোৰ সাঁতুৰি-নাদুৰি বিয়লি ঘৰমুৱা হয়। সুদূৰ অষ্ট্ৰেলিয়া, চাইবেৰিয়া, নিউজিলেণ্ড আদিৰ পৰা অহা এই আলহী পক্ষীসমূহ শিৱসাগৰৰ শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, পহুগড়, দিচাংমুখ, ডিমৌমুখ, পানীদিহিং পক্ষী অভয়াৰণ্য আদিত শীতকালত আহি বাহৰ পাতেহি। কিন্তু দুষ্ট লোকসকলে ইয়াৰ সুযোগ লৈ পক্ষীবোৰ ব্যাপক হাৰত নিধন কৰে। বন বিভাগে ইয়াৰ বিৰুদ্ধে আজিলৈকে দৃঢ় পদক্ষেপ নোলোৱাত পক্ষীকূললৈ সংকট নামি আহিছে।

শীতৰ লগে লগে অসমলৈ হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে যদিও এতিয়াও অসমৰ মানুহ বন্ধুসুলভ হৈ উঠা নাই চৰাইবোৰৰ প্ৰতি। বৰং চৰাইবোৰক এতিয়াও সহজলভ্য মাংস হিচাপে জ্ঞান কৰিবলৈ এৰা নাই।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd