DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েচন এথলীট কমিটিৰ অধ্যক্ষ হিচাপে মনোনীত লাভলীনা, সদস্য পদত শিৱ থাপা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2022 5:56 pm
Lovlina Borgohain Shiva Thapa
122
VIEWS
Share on FacebookShare on Twitter

অসমৰ ক্ৰীড়া জগতৰ বাবে আন এক সুখবৰ। আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সন্মানীয় পদবীৰে অসমক পুনৰ গৌৰৱান্বিত কৰি তুলিছে অসমৰ দুই তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই।

ট’কিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েচন (আইবিএ) এথলীট কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে।

আইবিএয়ে এক বিবৃতি যোগে জনাইছে যে ২০২২ চনৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপত অনুষ্ঠিত নিৰ্বাচনৰ সময়ত লাভলীনাই সৰ্বাধিক সংখ্যক ভোট লাভ কৰিছিল।

আইবিএ এথলীট কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে লাভলীনাই এতিয়া আইবিএ এথলীট কমিটিৰ পৰিচালক মণ্ডলীত ভোটদান কৰিব পৰা সদস্য হিচাপে পৰিগণিত হৈছে।

আনহাতে অসমৰ আন এজন অলিম্পিয়ান বক্সাৰ শিৱ থাপাও আইবিএ এথলীট কমিটিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।

আই.বি.এ. এথলীট কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত লাভলীনাই কয়, “আই.বি.এ.-ৰ এথলীট কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মই সন্মানিত অনুভৱ কৰিছো। মই সদস্য হিচাপে নিৰ্বাচিত হ’ম বুলি আশা কৰিছিলো, কিন্তু সমিতিৰ অধ্যক্ষ হ’ম বুলি কেতিয়াও ভবা নাছিলো।”

এই সন্মানে ভাৰতীয় বক্সিং, বিশেষকৈ মহিলা বক্সিঙক বিশ্বৰ আন বক্সাৰসকলৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰত সহায় কৰিব বুলিও লাভলীনাই মন্তব্য কৰে।

আনহাতে শিৱ থাপাইও কমিটিৰ সদস্য হিচাপে নিৰ্বাচিত হৈ সন্মানিত অনুভৱ কৰিছে বুলি উল্লেখ কৰি বক্সিঙৰ প্ৰচাৰৰ বাবে ই যথেষ্ট সহায়ক হ’ব বুলি মন্তব্য কৰে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd