DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, December 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Asian Games 2023: বক্সিঙৰ ফাইনেলত প্ৰৱেশ লাভলিনাৰ; নিশ্চিত কৰিলে পেৰিছ অলিম্পিকৰ টিকটো

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2023 2:05 pm
469
VIEWS
Share on FacebookShare on Twitter

বক্সিঙত পদক নিশ্চিত কৰিলে লাভলিনা বৰগোহাঁয়ে। মঙলবাৰে এছিয়ান গেমত অসম কন্যাগৰাকীয়ে মহিলাৰ ৭৫ কেজি শাখাত থাইলেণ্ডৰ মহিলা বক্সাৰ বাইছন মানিকনক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

ফাইনেলত প্ৰৱেশ কৰি লাভলিনাই অন্ততঃ ৰূপৰ পদক লাভ কৰাটো নিশ্চিত হৈছে। একে সময়তে লাভলিনাই পেৰিছ অলিম্পিকৰ টিকট লাভ কৰিছে।

লগতে পঢ়কঃ যশস্বীৰ দুৰ্দান্ত শতক; এছিয়ান গেমছত বিজয়েৰে অভিযান আৰম্ভ কৰিলে ভাৰতে

সোমবাৰ আছিল লাভলিনাৰ জন্মদিন। ভাৰতৰ মহিলা বক্সাৰগৰাকীয়ে আজি  ফাইনেলত প্ৰৱেশ কৰি জন্মদিনৰ উপহাৰ লাভ কৰিলে। ২০২০ চনত টকিঅ’ অলিম্পিকত পদক লাভ কৰিছিল লাভলিনাই। এইবাৰ এছিয়ান গেমছতো তেওঁৰ পিনে চাই ৰৈছে দেশে।

আজি ৫৪ কেজি শাখাত ভাৰতৰ প্ৰীতি পাৱাৰে ব্ৰঞ্জৰ পদক লাভ কৰে। ইতিমধ্যে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে লাভলিনা (৭৫ কেজি), প্ৰীতি পাৱাৰ (৫৪ কেজি) আৰু প্ৰবীণ (৫৭ কেজি)য়ে।

লগতে পঢ়কঃ কূটনীতিবিদৰ সংখ্যা কমাওক নহ’লে…! সংঘাতৰ মাজতে কানাডাৰ দূতাবাস বন্ধৰ সকীয়নি দিল্লীৰ

ইপিনে, বেডমিণ্টনত ভাৰতৰ পিভি সিন্ধুৱে চীনা টাইপেই খেলুৱৈগৰাকীক ২১-১০, ২১-১৫ ব্যৱধানত পৰাস্ত কৰে। খেলখনত তেওঁ আধিপত্য দেখুৱাইছিল। ৪২ মিনিটৰ যুঁজখনত জয়লাভ কৰি সিন্ধুৱে অন্তিম ষোল্লত প্ৰৱেশ কৰে। কমনৱেলথ গেমছত সোণৰ পদক জয় কৰাৰ পিছত তেওঁ আঘাতৰ বাবে খেলপ পৰা বাহিৰত আহিছিল। কিন্তু এছিয়ান গেমছত সিন্ধুক ক’ৰ্টত সাৱলীলভাৱে খেলা দেখা গৈছে। 

Recent News

জাতিক প্ৰতাৰণা! আছুৰ তিনি শতাধিক নেতা-কৰ্মীয়ে চলিত সপ্তাহতে যোগদান কৰিব বিজেপিত

জাতিক প্ৰতাৰণা! আছুৰ তিনি শতাধিক নেতা-কৰ্মীয়ে চলিত সপ্তাহতে যোগদান কৰিব বিজেপিত

কেনেকৈ নিৰ্বাচন অনুষ্ঠিত হয় এইকেইখন দেশত? নিৰ্বাচনৰ নিয়মে আচৰিত কৰিব আপোনাক

কেনেকৈ নিৰ্বাচন অনুষ্ঠিত হয় এইকেইখন দেশত? নিৰ্বাচনৰ নিয়মে আচৰিত কৰিব আপোনাক

বন্ধ হৈ যোৱা ২০০০ টকাৰ নোটসমূহ ছপা কৰিবৰ বাবে চৰকাৰে খৰচ কৰিছিল ১৭,৬৮৮ কোটি টকা, লোকসভাত প্ৰকাশ হ’ল এই তথ্য

বন্ধ হৈ যোৱা ২০০০ টকাৰ নোটসমূহ ছপা কৰিবৰ বাবে চৰকাৰে খৰচ কৰিছিল ১৭,৬৮৮ কোটি টকা, লোকসভাত প্ৰকাশ হ’ল এই তথ্য

চিচি টিভিত বন্দী হত্যাৰ দৃশ্য : আততায়ীৰ গুলীত নিহত ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গগামেডি

চিচি টিভিত বন্দী হত্যাৰ দৃশ্য : আততায়ীৰ গুলীত নিহত ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গগামেডি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd