• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যশস্বীৰ দুৰ্দান্ত শতক; এছিয়ান গেমছত বিজয়েৰে অভিযান আৰম্ভ কৰিলে ভাৰতে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2023 11:33 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে এছিয়ান গেমছত পুৰুষৰ ক্ৰিকেটত জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিলে। প্ৰথম কোৱাৰ্টাৰ ফাইনেলত নেপালক ২৩ ৰানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে। ফলত এছিয়ান গেমছত পদক লাভৰ ওচৰ চাপিছে টীম ইণ্ডিয়া। মঙলবাৰে ভাৰতৰ যুৱ দলৰ প্ৰতিগৰাকী খেলুৱৈয়ে নিজৰ দুৰ্দান্ত প্ৰদৰ্শন কৰে। যশস্বী জয়ছোৱাল আৰু ৰিংকু সিঙে সকলোৰে দষ্টি কাঢ়িলে।

অধিনায়ক ঋতুৰাজ গাইকোৱাডে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়। সিদ্ধান্ত অনুসৰি ফলাফলো আহে। ঋতুৰাজ আৰু যশস্বীয়ে অ’পেন কৰি ১০৩ ৰান সংগ্ৰহ কৰে। যশস্বীয়ে শতক অৰ্জন কৰাৰ বিপৰীতে ঋতুৰাজে মাত্ৰ ২৫ ৰান সংগ্ৰহ কৰি উভতি যায়। যশস্বীয়ে মাত্ৰ ৪৮ টা বলতে শতৰাণ কৰে। কিন্তু বিফল হ’ল তিলক বাৰ্মা। তেওঁ সোমপাল কামিৰ বলত মাত্ৰ ২ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। জিতেশ শৰ্মাও ব্যৰ্থ হয়। তেওঁ মাত্ৰ ৫ ৰানহে সংগ্ৰহ কৰে।

লগতে পঢ়কঃ ঔষধৰ অভাৱ! চৰকাৰী চিকিৎসালয়ত ২৪ ঘন্টাত ১২ টি নৱজাতককে ধৰি ২৪ জনৰ মৃত্যু

Apply Now

অৱশ্যে টপ অৰ্ডাৰ যুটীৰ ব্যৰ্থতাৰ পিছতো অভিজ্ঞ শিৱম ডুবেই খেলখনত গতি আনি দিয়ে। তেওঁৰ লগত আছিল ৰিংকু সিং। যোৱা আই পি এলৰ পৰা বেলেগ ৰূপত দেখা গৈছে ৰিংকুক। এইবাৰো ইয়াৰ ব্যতিক্ৰম নাছিল। শিৱমে ১৯ বলত ২৫ ৰান আৰু ৰিংকু সিঙে ১৫ বলত ৩৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ৪টা উইকেট হেৰুৱাই ভাৰতে ২০২ ৰান সংগ্ৰহ কৰে। নেপালৰ হৈ দিপেন্দ্ৰ সিঙে দুটা উইকেট দখল কৰাৰ বিপৰীতে সোমপাল কামি আৰু সন্দীপ লামিচানে এটাকৈ উইকেট দখল কৰে।

লগতে পঢ়কঃ এতিয়াৰ ক্ৰিকেটাৰসকল যদি পঞ্চাশৰ দশকত জন্মিলেহেঁতেন কেনেকুৱা হ’লহেঁতেন চেহেৰা? চাওক ভাইৰেল ভিডিঅ’

জয়ৰ বাবে ৰাণ অনুসৰণ কৰি নেপালে আশা কৰা ধৰণে আৰম্ভণি নাপালে। কিন্তু তেওঁলোকে চেষ্টা চলাইছিলে। কুশল ৱুৰ্টেল আৰু আছিফ শ্বেখে অপেনিং কৰি ২৯ ৰান সংগ্ৰহ কৰে। তিনি নম্বৰত বেটিং কৰিবলৈ নমা কুশল মাল্লাই ২৯ ৰান সংগ্ৰহ কৰে। অধিনায়ক ৰোহিত পৌডেলে মাত্ৰ ৩ ৰানহে কৰে। দিপেন্দ্ৰ সিং আইৰেই ৩২ ৰান আৰু সন্দীপ জোৰাই ২৯ ৰান সংগ্ৰহ কৰে।

কিন্তু নেপালৰ সমস্যা হ’ল তেওঁলোকৰ কোনেও ডাঙৰ স্কৰ কৰিব নোৱাৰিলে। দীপেন্দ্ৰ সিঙে সৰ্বাধিক ৩২ ৰান সংগ্ৰহ কৰে। এটা ডাঙৰ ইনিংছে নেপালক সুবিধাজনক স্থানলৈ লৈ গ’লহেঁতেন। কিন্তু শেষত তেওঁলোকে চেষ্টা কৰিও নিৰ্দ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৭৯ ৰানহে সংগ্ৰহ কৰে।

লগতে পঢ়কঃমৰ্মান্তিক! দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে পথৰ দাঁতিত শুই থকা শ্ৰমিকক, মৃত্যু ৫ জনৰ

ভাৰতৰ হৈ ৰবি বিষ্ণোই আৰু আবেশ খানে তিনিটাকৈ উইকেট দখল কৰে। অৰ্শদীপ সিঙে দুটা উইকেট দখল কৰে। সাই কিশোৰে লয় এটা উইকেট। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd