• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ল’কডাউনৰ সময়ত সাধাৰণ নাগৰিকলৈ সকাহ; হ্ৰাস পালে LPG ছিলিণ্ডাৰৰ মূল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2020 11:29 am
Illegal godown of cooking gas uprooted in Golaghat

প্ৰতীকী ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডে বুধবাৰে ৰাজসাহায্য বিহীন ৰন্ধন গেছৰ ছিলিণ্ডাৰ মূল্য ৬৩ টকা হ্ৰাস কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে সমগ্ৰ দেশত ২১ দিনৰ বাবে ল’কডাউন ঘোষণা কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে ৰাজ সাহায্য বিহীন ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হয়।

Apply Now

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবে ৰন্ধন গেছৰ মূল্য হ্ৰাস পায়।

বিগত মাহত ভাৰতৰ উল্লেখযোগ্য চহৰ সমূহত ৰাজ সাহায্য বিহীন ১৪.২ কেজি এল পি জি ছিলিণ্ডাৰৰ মূল্য ৫৪ টকা হ্ৰাস কৰা হৈছিল।

ইয়াৰ বিপৰীতে, ফেব্ৰুৱাৰিত ছিলিণ্ডাৰৰ মূল্য ১৪৫ টকা বৃদ্ধি কৰা হৈছিল।

ভাৰতৰ প্ৰতিটো পৰিয়াললৈ বছৰত ১২ টাকৈ ৰাজসাহায্যযুক্ত এল পি জি ছিলিণ্ডাৰ যোগান ধৰা হয়।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই ১৭০০ ঘৰ স্পৰ্শ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

October 30, 2026 7:45 pm
বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

October 30, 2026 6:50 pm
ক’ত আত্মগোপন কৰিছে ঘনকান্তৰ পত্নী জোনমণিয়ে? অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে

ক’ত আত্মগোপন কৰিছে ঘনকান্তৰ পত্নী জোনমণিয়ে? অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে

October 30, 2026 5:00 pm
সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

October 30, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

October 30, 2026 7:45 pm
বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

October 30, 2026 6:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd