• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাধাৰণ জনতাক পুনৰ মাধমাৰ শোধাই বৃদ্ধি কৰিলে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 2, 2020 12:18 pm

1 min read

Illegal godown of cooking gas uprooted in Golaghat

প্ৰতীকী ছবি।

1.6k
VIEWS
Share on FacebookShare on Twitter

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰাৰ সময়তে দেশৰ সাধাৰণ জনতাক পুনৰ এবাৰ মাধমাৰ শোধাই চৰকাৰী তেল কোম্পানি সমূহে বৃদ্ধি কৰিলে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

জানিব পৰা মতে প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰিছে। এই নতুন মূল্য আজিৰ পৰা কাৰ্যকৰী হ’ব।

এই সংযোজনৰ পিছত ৰাজধানী নতুন দিল্লীত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ’লগৈ ৬৪৪ টকা। আনহাতে অসমত প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ’বগৈ ৬৪৩ টকা।

উল্লেখ্য যে, অইল মাৰ্কেটিং কোম্পানি সমূহে ১ ডিচেম্বৰত বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰো মূল্য বৃদ্ধি কৰিছিল। ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ মূল্য ৫৫ টকা বৃদ্ধি কৰিছিল।

১৪ কিলোগ্ৰামৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য শেষবাৰৰ বাবে বৃদ্ধি পাইছিল জুলাই মাহত। সেইবাৰ বৃদ্ধি কৰিছিল মাত্ৰ ৪ টকা।

উল্লেখ্য যে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবোৰ আন্তৰ্জাতিক মানদণ্ডৰ হাৰ আৰু বিদেশী মুদ্ৰাৰ বিনিময় হাৰৰ হিচাপত নিৰ্ধাৰণ কৰা হয়। সেইবাবে প্ৰতি মাহে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৰাজসাহায্যৰ পৰিমানো সলনি হৈ থাকে।

যেতিয়া আন্তৰ্জাতিক বজাৰত দাম বৃদ্ধি হয়, চৰকাৰে অধিক ৰাজহ প্ৰদান কৰে আৰু যেতিয়া হাৰ হ্ৰাস হয়, ৰাজহ হ্ৰাস কৰা হয়।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd