• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হায়দৰাবাদৰ হাতত পৰাস্ত; খেলপথাৰতে খঙত অধিনায়ক ৰাহুলৰ সন্মুখত অসন্তুষ্টি প্ৰকাশ লক্ষ্ণৌৰ মালিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2024 12:30 pm
12.2k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে হায়দৰাবাদৰ হাতত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ববলগীয়া হৈছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। দ্ৰুততম ৰান চেজত জয়ৰ এইটোৱেই হৈছে আই পি এলৰ ইতিহাসত সৰ্বোত্তম অভিলেখ।

হায়দৰাবাদে বুধবাৰে মাত্ৰ ৫৮টা বলত ১৬৬ ৰান সংগ্ৰহ কৰে। তাকো হাতত দহটা উইকেট থকা অৱস্থাতে। ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মা আছিল বিধ্ৱংসী ৰূপত।

খেলখনৰ শেষত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক লোকেশ ৰাহুলে হায়দৰাবাদৰ শ্ৰেষ্ঠত্ব স্বীকাৰো কৰে। আই পি এলৰ ইতিহাসত প্ৰথম দহ অভাৰত পূৰ্বে কেতিয়াও ইমান ৰান সংগ্ৰহ হোৱা নাছিল।

লগতে পঢ়কঃ IPL 2024: ১০ অভাৰতে ১৬০ ৰান অতিক্ৰম কৰি জয়ী কামিন্স বাহিনী; লক্ষ্ণৌক পৰাস্ত কৰি অভিলেখ হায়দৰাবাদৰ

ইফালে মেচৰ পিছতে লক্ষ্ণৌৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই যি কাণ্ড কৰিলে তাক লৈ সমালোচনা আৰম্ভ হৈছে। দেখা যায় যে খেলৰ অন্তত লক্ষ্ণৌৰ মালিকজনে খেলপথাৰৰ সন্মুখলৈ নামি আহিছিল। অধিনায়ক ৰাহুলৰ লগত বহুত বিৰক্তিৰে কথা পাতিছিল। হাত জোকাৰি জোকাৰি বহুত কথা শুনাই আছিল।

গোৱেংকাই প্ৰশিক্ষক জাষ্টিন লেংগাৰৰ সৈতেও কথা পাতিছিল। তেওঁৰ আচৰণৰ পৰা স্পষ্ট হৈ পৰিছিল যে তেওঁ দলৰ পৰাজয়ত সুখী নহয়। সঞ্জীৱে কেইবাজনো ক্ৰিকেটাৰৰ পিনে আঙুলিয়াই ইংগিত দি কথা কৈছিল।

ভিডিঅ’টোত স্পষ্ট হৈ পৰিছিল যে তেওঁৰ কণ্ঠস্বৰ বহু উষ্ণ আছিল। ৰাহুলে অৱশ্যে মৌন হৈ থাকিল। মূৰটো তললৈ নমাই থিয় হৈ থাকিল।

https://twitter.com/VATKishore/status/1788272737116651728?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1788272737116651728%7Ctwgr%5Ef0977fb5b87fd04bdd522a7944bddf4343584bfb%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.business-standard.com%2Fcricket%2Fipl%2Fwatch-lsg-owner-sanjiv-goenka-fumes-at-kl-rahul-after-defeat-against-srh-124050900305_1.html

ইপিনে, সঞ্জীৱ গোৱেংকাৰ এই আচৰণ বহুতে মানি ল’ব পৰা নাই। দৰ্শকৰ পৰা আৰম্ভ কৰি কমেন্টেটৰলৈকে সমালোচনাত মুখৰ হৈ উঠিছে। তেওঁলোকৰ মতে সঞ্জীৱে ড্ৰেছিং ৰুমতো ক’বলগীয়া কথাখিনি ক’ব পাৰিলেহেঁতেন।

Recent News

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd