• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লুই বাৰ্জাৰ কেলেংকাৰি : চিবিআই বিজেপিৰ হাতৰ পুতলা, মন্তব্য ৰিপুণ বৰাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 29, 2018 10:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘চিবিআইৰ ওপৰত এতিয়া ৰাইজৰ ভৰসা নাই। চিবিআই এতিয়া বিজেপিৰ হাতৰ পুতলা।’ শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপকি ৰিপুণ বৰাই ৰাজীৱ ভৱনত অনুষ্ঠিত ‘শক্তি’ নামৰ অনুষ্ঠানৰ পিছতে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে।

উল্লেখযোগ্য যে চিবিআইৰ শীৰ্ষ নেতৃত্বই লুই বাৰ্জাৰ কেলেংকাৰি তদন্তৰ সন্দৰ্ভত চলাই থকা অভিযানৰ আজি চতুৰ্থ দিনা জি এম ডি এৰ প্ৰাক্তন কাৰ্যবাহী বিষয়া প্ৰীতম শইকীয়াক জেৰা কৰাৰ লগতে জি এম ডি এৰ মুখ্য গাণনিক চেৰাফুদ্দিন আহমেদক সোধ-পোছ কৰে।

Apply Now

ইয়াৰোপৰি চি বি আইৰ দলটোৱে ৰাজগড়স্থিত এনফৰ্চমেণ্ট সঞ্চালকালয়ৰ কাৰ্য্যালয় আৰু খ্ৰীষ্টানবস্তিৰ জাইকাতো অভিযান চলায়।

কিন্তু মন কৰিবলগীয়া যে পূৰ্বতে চিবিআইৰ ৰোষত পৰি তিহাৰ জে’ললৈ যোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই লুই বাৰ্জাৰ কেলেংকাৰিৰ সন্দৰ্ভত চিবিআয়ে চলোৱা তদন্তক সন্দেহত লৈ এনেদৰে মন্তব্য কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

সভাপতি গৰাকীয়ে ‘চিবিআই এতিয়া ৰাজনৈতিভাৱে ব্যৱহৃত হৈছে’ বুলি এক গুৰুতৰপূৰ্ণ দাবী তুলি কয় যে, ‘এতিয়া আমি চিবিআইৰ ফালৰ পৰা কিমান শুদ্ধ তদন্ত হ’ব, আমাৰ সন্দেহ আছে।‘

ইফালে চিবিআইৰ জেৰা চলি থকাৰ সময়তে দিচপুৰ সচিবালয়ৰ তৰফৰ পৰা জি ডি ডিৰ প্ৰাক্তন অ’এছ ডি আৰু বৰ্তমানৰ পৰিবেশ আৰু বন বিভাগৰ উপ-সচিব পমী বৰুৱাক বিধানসভাৰ শীতকালীন অধিৱেশনৰ বিশেষ দায়িত্ব দিয়া হৈছে। লগতে ধীমান কুমাৰ চৌধুৰীৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে পমী বৰুৱাক। যিটো কথা সচেতন মহলৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।

ইফালে চিবিআইৰ তদন্তত বিধি পথালি দিবৰ বাবে ৰিপুণ বৰাই এনেধৰণৰ মন্তব্য কৰিছে নে সঁচাকৈয়ে ৰিপুণ বৰাই কোৱাৰ দৰে লুই বাৰ্জাৰ কেলেংকাৰীৰ ক্ষেত্ৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইৰ ভূমিকা সন্দেহজনক নেকি? নে চিবিআইয়ে নিজাববীয়াকৈ তদন্ত কৰি লুই বাৰ্জাৰৰ দৰে হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ সৈতে জড়িত ৰথী-মহাৰথীসকলক জেৰা কৰি এক উচিত তদন্ত কৰিব, সেয়া এক চিন্তনীয় বিষয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd