• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লুইতৰ বুকুৰে ‘এম ভি মহাবাহু’ৰ মহাযাত্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2019 9:32 am
MV Mahabahu

বিলাসী জাহাজ এম ভি মহাবাহুৰ যাত্ৰাৰ শুভৰাম্ভৰ দৃশ্য

2.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত জল পথ পৰিবহন ব্যৱস্থাৰ প্ৰসাৰ আৰু ইয়াৰ জৰিয়তে দেশী- বিদেশী পৰ্যটক সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে সোমবাৰে অসমৰ পৰা যাত্ৰা আৰম্ভ কৰে বিলাসী জাহাজ ‘এম ভি মহাবাহুৱে’।

এতিয়াৰ পৰা জলপথেৰে ভ্ৰমণ কৰিবলৈ বিচৰা সকলৰ বাবে এম ভি মহাবাহুৱে দিব ৰোমাঞ্চকৰ নদী পথেৰে যাত্ৰাৰ মাদকতা।

ভাৰত চৰকাৰৰ ভাৰতীয় আভ্যন্তৰীণ জল পথ প্ৰাধিকৰণ আৰু অসম চৰকাৰৰ গুৱাহাটী উন্নয়ণ বিভাগৰ যুতীয়া প্ৰয়াসৰ অংশস্বৰূপে সোমবাৰে গুৱাহাটীৰ ঐতিহাসিক পাণ্ডু ঘাটৰ পৰা কলকাতালৈ ছয়গৰাকী ব্ৰিটিছ আৰু দুগৰাকী ভাৰতীয় পৰ্যটক সহ মুঠ আঠগৰাকী যাত্ৰী লৈ যাত্ৰা আৰম্ভ কৰিছে এম ভি মহাবাহুৱে।

বিলাসী যাহাজ খনৰ যাত্ৰাৰ শুভৰাম্ভণিৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী যাত্ৰীকে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। জাহাজখনৰ যাত্ৰাৰ শুভৰাম্ভৰ সময়ত উপস্থিত থাকে গুৱাহাটী উন্নয়ন বিভাগৰ প্ৰধান সচিব মণিন্দৰ সিং, পৰিবহণ বিভাগৰ সচিব বীৰেন্দৰ মিট্টালৰ লগতে বিভিন্ন বিভাগৰ ভালেকেইগৰাকী আগশাৰীৰ বিষয়া আৰু কৰ্মচাৰী উপস্থিত থাকে।

উল্লেখযোগ্য যে,  ২৩ টা কেবিনযুক্ত জাহাজখনত মুঠ ৪৬ গৰাকী পৰ্যটকৰ লগতে ২৬ গৰাকী কৰ্মচাৰীয়ে একেলগে যাত্ৰা কৰিব পাৰে। প্ৰায় ১৬ দিন আৰু ১৭ ৰাতিৰ যাত্ৰাৰ অন্তত বিভিন্ন নদীৰ বুকুৰে যাত্ৰা কৰি কলিকতাত উপস্থিত হ’ব বিলাসী জাহাজ এম ভি মহাবাহুৱে।

Recent News

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd