• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিভাৰ চাইক্ল’নৰ পিছতে কিবা বস্তু এবিধ বিচাৰি সমুদ্ৰৰ পাৰত ভীৰ কৰিছে বহু লোকে, কি বিচাৰিছে তেওঁলোকে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 29, 2020 1:58 pm

2 min read

Andra-Pradesh
314
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ঘণ্টাত প্ৰায় ১১০ কিলোমিটাৰ বেগেৰে বলা সাগৰীয় ধুমুহা নিভাৰে তামিলনাডুকে ধৰি পুডুচেৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্ছলত বিস্তৰ ক্ষতিসাধন কৰি গৈছে।

এতিয়ালৈকে এই ধুমুহাত তিনিজন লোকৰ মৃত্যু ঘটিছে। সংহাৰী ধুমুহাজাক পাৰ হৈ যোৱাৰ পিছতে অন্ধ্ৰপ্ৰদেশৰ সমুদ্ৰতীৰত এতিয়া বহু লোকে এবিধ বিশেষ বস্তু বিচাৰি চলাথ কৰিছে।

কিন্তু সাগৰৰ পাৰত কি বিচাৰি ফুৰিছে লোকসকলে?

খবৰ অনুসৰি নিভাৰ ধুমুহাৰ পিছতে অন্ধ্ৰপ্ৰদেশৰ পূৱ গোদাৱৰী জিলাৰ সাগৰৰ পাৰলৈ গৈছিল কেইজনমান মাছমৰীয়া।

সাগৰৰ পানীত হাত থোৱাৰ পিছতে তেওঁলোকৰ হাতলৈ উঠি আহিছিল সোণৰ সৰু সৰু টুকুৰা।

মাছমৰীয়া কেইজনে সেই সোণ বজাৰত বিক্ৰী কৰি প্ৰচুৰ ধন লাভ কৰা বুলি খবৰ বিয়পি পৰাৰ পিছতে এতিয়া সাগৰত সোণ বিচাৰি চলাথ কৰিছে বহুলোকে।

স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে কেৱল নিভাৰেই নহয়, যিকোনো ডাঙৰ সাগৰীয় ধুমুহাৰ পিছতে সাগৰৰ পাৰত সোণ পোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।

ইয়াৰ কাৰণ হিচাবে তেওঁলোকে কৈছে যে ধুমুহাৰ ফলত সাগৰৰ বিশাল ঢৌৱে উপকূলত থকা মন্দিৰ প্লাৱিত কৰি তোলে।

সেই মন্দিৰত ভক্তই দান হিচাবে আগবঢ়োৱা সোণ-ৰূপ আদি পানীত উটি যায় আৰু সেইবোৰেই পুনৰ ঢৌত উটি আহি পাৰ পায়।

অৱশ্যে নিভাৰ ধুমুহাৰ পিছত কিমান জন লোকে সাগৰত সোণ পালে সেয়া এতিয়ালৈকে নিশ্চিত ভাবে জানিব পৰা হোৱা নাই।

বহু লোকে কেৱল ধাৰণাৰ ওপৰত ভিত্তি কৰিয়েই সোণ পোৱাৰ আশাত সাগৰৰ পাৰত ভিৰ কৰা বুলি অনেকে ধাৰণা কৰিছে।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd