DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুন্দৰীদিয়া সত্ৰত শ্ৰীশ্ৰী মাধবদেৱৰ আবিৰ্ভাব মহোৎসৱ: দেৱৰাজ সাপকোটাক”মাধবদেৱ বঁটা”প্ৰদান

পুলেন্দ্র দাস by পুলেন্দ্র দাস
May 21, 2019 6:59 am
e016ce5e-053e-476b-a04a-5b42e776de81
10.3k
VIEWS
Share on FacebookShare on Twitter

মাধবদেৱ বঁটা প্ৰাপক, দুজনা গুৰুৰ বাণীসমূহ নেপালী ভাষালৈ অনুবাদ কৰি গুৰুদুজনাক অইন জাতিৰ সৈতে পৰিচয় কৰি দিয়াত অন্যতম ভূমিকা পালন কৰা তথা বিশিষ্ট সাহিত্যিক,কাব্য শাস্ত্ৰী, ওদালগুৰি সাহিত্য সভাৰ সভাপতি দেৱৰাজ সাপকোটাক সোমবাৰে সুন্দৰীদিয়া সত্ৰই প্ৰদান কৰে “মাধবদেৱ বঁটা”৷

মহাপুৰুষ শ্ৰীশ্ৰী মাধবদেৱৰ ১৪ বছৰ ছমাহ কাল নিবাসস্থল ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰত শনিবাৰৰে পৰা পালন কৰা শ্ৰীশ্ৰী মাধবদেৱৰ আবিৰ্ভাব মহোৎসৱৰ সোমবাৰে সন্ধিয়া অনুষ্ঠিত মুকলি সভাত দেৱৰাজ সাপকোটাক  “মাধবদেৱ বঁটা” প্ৰদান কৰা হয় ৷

সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত এই বঁটা প্ৰদান কৰা হয় ৷ বঁটাৰ সৈতে মান পত্ৰ, গামোচা, শৰাই, চেলেং, জাপি আৰু নগদ দহ হেজাৰ টকা প্ৰদান কৰা হয় ৷

তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত মহাপুৰুষজনাৰ ৫৩০ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সোমবাৰে সামৰণি পৰে ৷ মুকলি সভাত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসেও অংশগ্ৰহণ কৰে ৷

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd