• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ল’কডাউনৰ সময়ছোৱাত মহানগৰীৰ আৰ্তজনৰ কাষত থিয় দিলে মধ্য গুৱাহাটী ছাত্ৰ সন্থা

৭০ টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ছাত্ৰ সন্থাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 21, 2020 6:44 pm
Doridro lukok khadyo
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৰিদ্ৰ মানুহৰ অৰ্থনৈতিকভাৱে অৱস্থা বেয়া হৈছে।

তেওঁ‌লোকে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱত পৰা পৰিলক্ষিত হৈছে। এনে সময়তে বিভিন্ন দল সংগঠন তথা বেচৰকাৰী সংগঠনে এইসকল দৰিদ্ৰ লোকৰ কাষত থিয় দিছেহি।

Apply Now

তেনে এক মহানুভাৱতাৰ পৰিচয় দি আজি মধ্য গুৱাহাটী ছাত্ৰ সন্থাই মহানগৰীৰ শিলপুখুৰী, পূৱ শৰণীয়া, গান্ধীবস্তি, ৰাজগড় আদি অঞ্চলৰ ৭০ টা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰে।

খাদ্য সামগ্ৰী বিতৰণৰ সময়ত লোকসকলে সামাজিক দুৰত্ব মানি চলি খাদ্য সংগ্ৰহ কৰা পৰিলক্ষিত হয়।

মধ্য গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মণৰ নেতৃত্বত চাৰিজনীয়া এটা দলে সামগ্ৰীখিনি দৰিদ্ৰ জনসাধাৰণৰ মাজত বিতৰণ কৰে।

সামগ্ৰী বিতৰণৰ পাছতে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত সুকুমাৰ বৰ্মণে কয় ‘ক’ৰ’ণা মহামাৰীৰ ফলত বিশ্বৰ শিক্ষা ব্যৱস্থা, অৰ্থ ব্যৱস্থাকে ধৰি বিভিন্ন স্তৰ আজি স্তব্ধ হৈ পৰিছে। ল’কডাউনৰ ফলত আৰ্থিকভাৱে দুৰ্বল লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছো। প্ৰত্যেকজন মানুহে প্ৰত্যেকজনৰ বাবে ভাবিব লাগিব। কথাৰ দ্বাৰা জীৱশ্ৰেষ্ঠ নহয় আমি কামৰ দ্বাৰা জীৱশ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব লাগিব।‘

বৰ্মণে লগতে ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক দৰিদ্ৰ জনতাৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনায়।

উল্লেখযোগ্য যে, যোৱা ১৪ এপ্ৰিলৰ দিনা মধ্য গুৱাহাটী ছাত্ৰ সন্থাই ৬০ ঘৰ মানুহক খাদ্য সামগ্ৰী বিতৰণ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd