• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

নৰ্থইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থইষ্ট নাও ডেস্ক, গুৱাহাটী
May 16, 2025 6:35 pm
291
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ নেতাসকলে অবিৰতভাবে ভাৰতীয় সেনাক অপমান কৰি আহিছে : প্ৰিয়ংকা গান্ধী

কেৰালাৰ ৱায়ানাদৰ কংগ্ৰেছী সাংসদ প্ৰিয়ংকা গান্ধীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “বিজেপি নেতাসকলে আমাৰ সেনাক অবিৰতভাৱে অপমান কৰাতো অত্যন্ত লজ্জাজনক আৰু দুৰ্ভাগ্যজনক। প্ৰথমে মধ্যপ্ৰদেশৰ এগৰাকী মন্ত্ৰীয়ে মহিলা সেনা সম্পৰ্কে অশ্লীল মন্তব্য কৰিছিল আৰু এতিয়া তেওঁলোকৰ উপ-মুখ্যমন্ত্ৰীয়ে সেনাক গুৰুতৰভাৱে অপমান কৰিছে।”

লগতে গান্ধীয়ে লিখিছে “সমগ্ৰ দেশৰ জনসাধাৰণে সেনাৰ বীৰত্বক লৈ গৌৰৱ অনুভৱ কৰিছে যদিও বিজেপিৰ নেতাসকলে সেনাবাহিনীক অপমান কৰিছে আৰু এই নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে বিজেপিয়ে তেওঁলোকক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। এই কাম কৰি বিজেপিয়ে আমাৰ সেনা আৰু দেশবাসীক কি বাৰ্তা দিব বিচাৰিছে?”

উল্লেখ্য যে মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰৰ এটা ভিডিঅ’সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য’ত তেওঁ কোৱা শুনা গৈছে যে, “সফল প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছো। সমগ্ৰ দেশ, দেশৰ সেনা, সেই জোৱানসকলে তেওঁৰ ভৰিত পৰি প্ৰণাম কৰক। সমগ্ৰ দেশ তেওঁৰ ভৰিৰ আগত নতশিৰ ।”

पूरा देश और देश की सेना नहीं आप जैसे मंत्री उनके चरणों में नतमस्तक है…#Maharashtra
जगदीश देवड़ा pic.twitter.com/nUM84gGb60

— ❤️ INDIAN ❤️ (@_Sweet_Parul_) May 16, 2025

ইফালে কংগ্ৰেছে ইয়াক ‘সেনাক অপমান’ বুলি অভিহিত কৰাৰ বিপৰীতে বিজেপিৰ মুখপাত্ৰ আশীষ আগৰৱালাই কয় যে কংগ্ৰেছে উপ মুখ্যমন্ত্ৰীৰ বক্তব্য বিকৃত কৰিছে।

Recent News

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd