DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৮ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ ঐতিহাসিক শিৱদ’ল চৌহদ অনুষ্ঠিত হব শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজা

ভক্তক আদৰিবলৈ সাজু দ'ল উন্নয়ন পৰিষদ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
February 26, 2022 5:15 pm
২৮ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ ঐতিহাসিক শিৱদ’ল চৌহদ অনুষ্ঠিত হব শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজা
118
VIEWS
Share on FacebookShare on Twitter

১৭৩৪ খ্ৰীষ্টাব্দত নিৰ্মিত তথা এছিয়াৰ ভিতৰতে সৰ্বোচ্চ সোণৰ কলচিযুক্ত ঐতিহাসিক শিৱ দ’লত আহোম যুগৰে পৰা শিৱৰাত্ৰি পূজা অনুষ্ঠিত কৰি অহা হৈছে।

বিগত দুটা বৰ্ষত ক’ভিডৰ বাবে শিৱৰাত্ৰি পূজা ভালকৈ অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল যদিও এইবাৰ ক’ভিড পৰিস্থিতি শাম কটাৰ পৰিপ্ৰেক্ষিতত উলহ- মালহেৰে শিৱৰাত্ৰি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

শিৱৰাত্ৰি উপলক্ষ্যে ঐতিহাসিক শিৱদ’ল চৌদিশে আলোকসজ্জাৰে সজাই- পৰাই তোলা হৈছে ।

শিৱৰাত্ৰিৰ চতুৰ্দশী পূজা আৰম্ভ হব ১ মাৰ্চৰ দিনৰ ১ বাজি ৪৯ মিনিটৰ পৰা ।২ মাৰ্চৰ নিশা ১২ বাজি ১৬ মিনিটলৈ পূজা চলি থাকিব। এই কথা জনালে শিৱদ’লৰ মুখ্য পূজাৰীয়ে।

ইপিনে শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি দৌল চৌহদৰ চাৰিওকাষে অনুষ্ঠিত হব এক বৃহৎ মেলা। এই মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ বিপনীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

শিৱৰাত্ৰি উপলক্ষ্যে অনুষ্ঠিত হবলগীয়া আধ্যাত্মিক- সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কন্ঠশিল্পী কল্পনা পাটোৱাৰী, বিদ্যাসাগৰ আৰু কমলা গগৈয়ে।

শ্ৰী শ্ৰী শিৱৰাত্ৰী পূজা আৰু মেলা সফল কৰি তুলিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলি জানিবলৈ দিছে দ’ল উন্নয়ন পৰিষদৰ সম্পাদক বসন্ত গগৈয়ে।

Recent News

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

reservation in india

প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগেই “সংৰক্ষণ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd