• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীঘ্ৰেই ইতিহাস হোৱাৰ পথত উত্তৰ পূৱ ভাৰতৰ জনপ্ৰিয় মহাবাহু চাৰ্কাছ

কাল কৰোনাত স্তব্ধ জীৱন আৰু জীৱিকা

নীলমণি শৰ্মা by নীলমণি শৰ্মা
October 22, 2020 2:51 pm
a circus11
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩৮ বছৰীয়া এটা দীঘলীয়া পৰিক্ৰমা৷ প্ৰিয় কুমাৰ নাথ নামৰ এগৰাকী সংস্কৃতিক কৰ্মীৰ অক্লান্ত  শ্ৰম আৰু গভীৰ সাধনা বলত ১৯৮২ চনত গোৱালপাৰাৰ বগুৱানত জন্ম লাভ কৰিছিল মহাবাহু চাৰ্কাছে৷

মহাবাহু চাৰ্কাছ বুলি কলে অসমতইয়াৰ নাম  নজনা মানুহ চাগে  নাই৷

Apply Now

অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ লগতে পশ্চিম বংগ আৰু বিহাৰতো সমানে জনপ্ৰিয়তা লভিছিল অসমৰ মহাবাহু চাৰ্কাছে ৷

a a circus 2

  জীৱন- মৃত্যুৰে খেল খেলি এওঁলোকে আমাক চাৰ্কাছ দেখুৱায় ,আমিও  চকু থৰ কৰি চাই যাও এওঁলোকৰ চাৰ্কাছ ৷

কোনোৱাই বাঃহ বাঃহ দিয়ে আন কোনোবাই প্ৰসংশাৰে উপচাই পেলায় ৷

কিন্ত পৰৱৰ্তী সময়ত আমি এওঁলোকৰ কথা মনত ৰাখো নে ? মানুহক মনোৰঞ্জনৰ     খোৰাক জগোৱা জনপ্ৰিয় এই মহাবাহু চাৰ্কাছৰ এতিয়া  টান নৰিয়া ৷

চাৰ্কাছ খনে সকলোৰে সন্মুখতে মৃত্যুৰ ক্ষণ গণিছে গোৱালপাৰাৰ আগিয়াত ৷

লকডাউনৰ আৰম্ভণিৰ সময়ছোৱা কথা,  মাৰ্চ মাহত মহাবাহু চাৰ্কাচ আৱদ্ধ হৈ পৰে চৰাইদেউ জিলাৰ মৰাণত ৷

a circus 3

চাৰ্কাছ প্ৰদৰ্শনৰ বাবে পেণ্ডেল সজাইছিল মাত্ৰ,  আৰম্ভ  হৈছি লকডাউন আৰু এই লকডাউনত এশ জনীয়া চাৰ্কাছৰ পৰিয়ালটো তিনিমাহ ধৰি চৰাইদেউৰ  মৰাণত থাকি এক প্ৰকাৰ দেউলীয়া হৈ পৰিল ৷

খোৱাৰ হাহাকাৰ , আহিবলৈ কোনো সুবিধা নাই ৷ তিনি মাহত মালিক প্ৰিয় কুমাৰ নাথৰ হাত খালী হোৱাত এক হাহাকাৰ ময় পৰিবেশৰ সৃষ্টি হয়। মহাবাহু চাৰ্কাছৰ এই অৱস্থা দেখি সেই সময়ত একাংশ শুভাকাংক্ষীয়ে সামাজিক মাধ্যমৰ যোগেদি চৰকাৰক চাৰ্কাছ দলটোক উদ্বাৰৰ আহ্বান জনায় ।অৱশেষত  চৰাইদেউ আৰু গোৱালপাৰা  প্ৰশাসনৰ সহযোগত মহাবাহু চাৰ্কাছৰ দলটোক গোৱালপাৰাৰ আগিয়ালৈ লৈ আনে৷

এতিয়া আগিয়াত মৃত্যুৰ ক্ষণ গণিছে মহাবাহু চাৰ্কাছে ৷

 লকডাউন দীঘলীয়া হল আৰু এটা সময়ত শিল্পীসকল ঘৰমুৱা হল৷

চলাৰ কোনো ৰাস্তা নাই৷ একাংশই দিন হাজিৰা কৰিছে আন কোনোবাই চানা বিক্ৰী কৰিছে৷ জীয়াই থকাৰ   পথ নেদেখা হ’ল শিল্পী-কলা -কুশলীয়ে ৷মালিক প্ৰিয় কুমাৰ নাথৰ অৱস্থা তথৈৱচ ,শিল্পী  সকলোকক চলাব কেনেকৈ ?

এতিয়া সকলোৰে চকুৰ সন্মুখতে জহি খহি গৈছে চাৰ্কাছৰ সা সামগ্ৰী বোৰ ৷ মহাবাহুৰ মালিক প্ৰিয় কুমাৰ নাথৰ আহ্বান চৰকাৰৰ  সহযোগ অবিহনে  এতিয়া মহাবাহু চাৰ্কাছে নতুন জীৱন লাভ কৰাটো এক প্ৰকাৰ অসম্ভৱ ৷

চৰকাৰ খনে মহাবাহু চাৰ্কাছৰ ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে  উত্তৰ পূৱ ভাৰতৰ জনপ্ৰিয়   চাৰ্কাছ দলটো ইতিহাস হবলৈ আৰু বেছি পৰ নালাগিব ৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd