• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2025 9:30 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী আৰু ছত্তীশগড়ৰ পাছত এতিয়া মহাৰাষ্ট্ৰত বিজেপিৰ শাসন! দেৱেন্দ্ৰ ফাড়নাবিছৰ ৰাজ্যত কোটি কোটি টকাৰ আবকাৰী দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। সুৰাৰ অনুজ্ঞাপত্ৰ নবীকৰণকে ধৰি কেইবাটাও গোচৰত জালিয়াতিৰ বাবে চৰকাৰে ১০০ কোটিৰো অধিক টকা হেৰুৱাইছে বুলি নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক (CAG)ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। এই তথ্য পোহৰলৈ অহাৰ লগে লগে বিৰোধী শিবিৰ সৰৱ হৈ পৰিছে। ইয়াৰ আঁৰত ব্যাপক দুৰ্নীতি হ’ব পাৰে বুলি অভিযোগ উত্থাপন হৈছে।

কেগৰ প্ৰতিবেদন অনুসৰি সুৰাৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ মাচুলৰ ভুল মূল্যায়নৰ বাবে চৰকাৰে ২০.১৫ কোটি টকাৰ ৰাজহ আৰু আন ৭০.২২ কোটি টকা সুত হেৰুৱাইছে। তত্বাৱধানৰ মাচুল আৰোপ নকৰাৰ বাবে অতিৰিক্ত ১.২০ কোটি টকাৰ লোকচান হোৱা বুলিও অডিটত প্ৰকাশ পাইছে। কেৱল সেয়াই নহয়, তেতিয়াৰ আবকাৰী আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমোদন অবিহনে বিহাৰৰ পুৰণি ষ্টকৰ আবকাৰী শুল্ক ৰেহাই দিছিল। ৰাসায়নিক বিশ্লেষণৰ বাবে মাইণ্ড বিয়েৰৰ নমুনা পলমকৈ জমা দিয়াৰ বাবে ৭৩.১৮ কোটি টকাৰ কৰ সংগ্ৰহ ব্যৰ্থ হয়।

Apply Now

বিভিন্ন সামগ্ৰী আৰু ব্ৰেণ্ডৰ উৎপাদন ব্যয়ৰ কম মূল্যায়নৰ বাবে আবকাৰী শুল্কত ৩৮.৩৪ কোটি টকাৰ ৰাজহ লোকচান হোৱাৰ লগতে ২০১৮ চনৰ আগষ্টৰ পৰা ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত ১১.৪৮ কোটি টকা আৰু ২০১৭ চনৰ মে’ৰ পৰা ২০২২ চনৰ মাৰ্চৰ ভিতৰত ২.৮৯ কোটি টকাৰ আমদানিকৃত বিদেশী সুৰাৰ ক্ৰয় ব্যয়ত ভুল হোৱা বুলিও অডিটত প্ৰকাশ পাইছে। প্ৰশাসনিক অৱহেলাৰ ফলত হোৱা এই বৃহৎ আৰ্থিক লোকচানৰ তদন্ত কৰা উচিত বুলি কেগৰ মতে।

মন কৰিবলগীয়া যে, আবকাৰী দুৰ্নীতিৰ গোচৰত সাম্প্ৰতিক সময়ত দিল্লী হৈছে সৰ্বাধিক অধ্যয়ন কৰা ৰাজ্য। নতুন আবকাৰী নীতিত ব্যাপক দুৰ্নীতিৰ অভিযোগত তদানীন্তন আপ চৰকাৰৰ প্ৰায় আধা সংখ্যক মন্ত্ৰীসভাক জেললৈ প্ৰেৰণ কৰা হয়, আৰু খোদ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হয়। দিল্লী বিধানসভা নিৰ্বাচনত আপৰ পৰাজয়ৰ বাবেও এই ঘটনাক দোষাৰোপ কৰিছে জ্ঞাত সূত্ৰই। শেহতীয়াকৈ আবকাৰী দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা ছত্তীশগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ মুৰব্বী ভূপেশ বাঘেলৰ পুত্ৰ চৈতন্যক গ্ৰেপ্তাৰ কৰিছে ইডিয়ে। এইবাৰ এন ডি এ শাসিত ৰাজ্যতো একে ঘটনা পোহৰলৈ আহিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd