DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ সংহাৰ: মহাৰাষ্ট্ৰত এদিনতে ওলাল ২৩৪৭জন কোভিড-১৯পজিটিভ ৰোগী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2020 7:47 am
560639-mumbai new
3.4k
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰত বিগত ২৪ ঘন্টাত কৰ’না আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। দেওবাৰে ৰাজ্যখনত ২৩৪৭টা নতুন সংক্ৰমণৰ ঘটনা পোৱা গৈছে।

সেইদৰে ৰাজ্যখনত মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩,০৫৩জনলৈ বৃদ্ধি পাইছে।

গোটেই ৰাজ্যখনতে দিনটোত দুহেজাৰতকৈ অধিক আক্ৰান্ত হোৱাৰ বিপৰীতে অকল মুম্বাইতে প্ৰায় ১৬০০ জন লোক আক্ৰান্ত হৈছে।

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা বিবৃতি অনুসৰি দেওবাৰৰ দিনটোত কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যুৰ ক্ষেত্ৰতো অভিলেখ সংখ্যক বৃদ্ধি ঘটিছে।

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, মহাৰাষ্ট্ৰত বিগত ২৪ ঘন্টাত কৰ’না ভাইৰাছৰ দ্বাৰা ২,৩৪৭জন লোক আক্ৰান্ত হৈছে।

আনহাতে, বিগত ২৪ ঘন্টাত কৰ’না আক্ৰান্ত ৬৩জন লোকৰ মৃত্যু ঘটিছে।

ৰাজ্যখনত বৰ্তমানলৈকে কৰ’না আক্ৰান্ত হৈ ১১৯৮জন লোকৰ মৃত্যু হৈছে।

মহাৰাষ্ট্ৰত মুঠ আক্ৰান্তৰ সংখ্যা ৩৩,০৫৩জনলৈ বৃদ্ধি পাইছে যাৰ ভিতৰত ২০,১৫০ জন আক্ৰান্ত হৈছে অকল মুম্বাইত।

মুম্বাইত যোৱা ২৪ ঘন্টাত ১৫৯৫জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

অকল মুম্বাইতে এই মাৰাত্মক ভাইৰাছৰ ফলত এতিয়ালৈকে ৭৩৪জন লোকৰ মৃত্যু হৈছে। যোৱা ২৪ ঘন্টাত মুম্বাইত ৩৮জন লোকৰ মৃত্যু হৈছে।

ৰাজ্যখনত এতিয়ালৈকে ৭,৬৮৮জন কৰ’না আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে।

Tags: COVID-19

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd