• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘অন্নদাতা কৃষকৰ দাবীক উপেক্ষা কৰাটো উচিৎ হোৱা নাই’—গান্ধীজীৰ নাতিনীয়েক তাৰা গান্ধীৰ ক্ষোভ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2021 4:41 pm
a grand
227
VIEWS
Share on FacebookShare on Twitter

তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত বিগত দুমাহ ধৰি দিল্লীত আন্দোলন  অব্যাহত ৰখা কৃষকসকললৈ ইতিমধ্যে বিশ্বৰ বহু প্ৰখ্যাত ব্যক্তিয়ে সমৰ্থন দিছে।

ইয়াৰ মাজতে শেহতীয়াকৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ নাতিনীয়েক তাৰা গান্ধী ভট্টাচাৰ্যই কৃষকসকলৰ কাষত থিয় দি তেওঁলোকৰ আন্দোলনলৈ পূৰ্ণ সমৰ্থন দিয়ে।

তাৰা গান্ধীয়ে কয় যে কৃষকসকলে যি দাবীত অটল হৈ আছে সেয়া সম্পূৰ্ণ নায্য দাবী।

চৰকাৰে কিয় তেওঁলোকৰ দাবীৰ প্ৰতি গুৰুত্ব দিয়া নাই সেয়া ৰহস্যৰ বিষয় বুলিও তেওঁ কয়।দিল্লী আৰু উত্তৰ প্ৰদেশ সীমান্তৰ গাজীপুৰত উপস্থিত হৈ তাৰা গান্ধীয়ে কৃষকসকলৰ সৈতে বহু সময় কটায়।

অন্নদাতা কৃষকসকলক উপেক্ষা কৰাটো কোনো পধ্যে ভাল কথা হোৱা নাই বুলি তেওঁ মন্তব্য কৰে। প্ৰতিবাদী কৃষকসকলক তেওঁ শান্তি-শৃংখলা বজাই ৰাখি আ্ন্দোলন চলাই যাবলৈ আহ্বান জনায়।

নতুন কৃষি আইনৰ বিৰোধিতাৰে কৃষক বিদ্ৰোহক ব্যাপক ৰূপ দিবৰ বাবে কৃষক সংগঠনসমূহে ‘ৰেল বন্ধ’ৰ ঘোষণা কৰিছে। ‘সময়ুক্তা কিষাণ মৰ্চা’ই ঘোষণা কৰামতে ১৮ ফেব্ৰুৱাৰীত চাৰি ঘণ্টাৰ বাবে দেশজুৰি ৰেলপথসমূহ বন্ধ কৰি ৰখা হ’ব।

কৃষক সংগঠনটোৱে জানিব দিয়া মতে, ১৮ ফেব্ৰুৱাৰীৰ দিনৰ ১২ বজাৰ পৰা ৪ চাৰি বজালৈকে তেওঁলোকে ‘ৰেল বন্ধ’ বাহাল ৰাখিব।

উল্লেখযোগ্য যে চলিত মাহৰ প্ৰথমফালেও প্ৰতিবাদকাৰী কৃষকসকলে তিনি ঘণ্টাৰ বাবে ‘ৰাস্তা বন্ধ’ কাৰ্যসূচী হাতত লৈছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd