• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইডেন গাৰ্ডেনত ২২ নৱেম্বৰত নতুন ৰূপত দেখা যাব মহেন্দ্ৰ সিং ধোনীক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 5, 2019 5:31 pm

1 min read

Dada with MSD

ধোনীৰ সৈতে গাংগুলী, উৎস-ইণ্টাৰনেট

42.3k
VIEWS
Share on FacebookShare on Twitter

২২ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া দেশৰ প্ৰথমখন দিবা-নৈশ টেষ্টত ধাৰাভাষ্যকাৰ হিচাপে দেখা পোৱাৰ সম্ভাৱনা আছে বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক।

দেশৰ মাটিত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন দিবা-নৈশ টেষ্টক স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যে খেল সম্প্ৰচাৰকাৰী সংস্থা স্টাৰ স্পোৰ্টছে দেশৰ সকলো টেষ্ট অধিনায়কক আমন্ত্ৰণ জনোৱাৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে।

স্টাৰ স্পোৰ্টছে ইতমধ্যে এই সম্পৰ্কত বিচিচিআইলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

পৰিকল্পনা অনুসৰি জাতীয় সংগীত পৰিবেশনৰ সময়ত দেশৰ প্ৰাক্তন অধিনায়ক সকলক খেলপথাৰত দেখা যাব আৰু পৰৱৰ্তী সময়ত তেওঁলোকে ধাৰাভাষ্যকাৰ হিচাপে নিজৰ নিজৰ অভিজ্ঞতা দাঙি ধৰিব।

সকলো পৰিকল্পনা অনুসৰি হ’লে প্ৰথমবাৰৰ বাবে মহেন্দ্ৰ সিং ধোনীক খেলপথাৰৰ পৰিৱৰ্তে ধাৰাভাষ্যকাৰ হিচাপে নতুন ৰূপত দেখা পোৱা যাব।

আনহাতে, ইডেন গাৰ্ডেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০০১ চনত ভাৰতৰ ঐতিহাসিক বিজয়কো স্মৰণীয় কৰি ৰখাৰ বাবে পৰিকল্পনা কৰা হৈছে।

সেই অনুসৰি বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়, ভিভিএছ লক্ষ্মণ, হৰভজন সিং, অনিল কুম্বলে নিজৰ অভিজ্ঞতা সকলোৰে আগত দাঙি ধৰিব।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd