DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৯০ বছৰৰ মূৰত নৱজাতকৰ কান্দোন শুনা গ’ল মেইনছ দ্বীপত

১৯২৭ চনত জন্ম হৈছিল অন্তিমটো শিশুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2020 10:14 am
a child
1000
VIEWS
Share on FacebookShare on Twitter

শতাধিক সৰু-বৰ দ্বীপেৰে গঠিত মেইনছল দ্বীপত সুদীৰ্ঘ ৯০ বছৰৰ মূৰত জন্ম হ’ল এটি সন্তানৰ।

ইয়াকেলৈ এতিয়া দ্বীপটোত বৈ গৈছে আনন্দৰ বন্যা।

৯০ বছৰ পূৰ্বে দ্বীপটোত ৱাৰেন ফাৰনাল্ড নামৰ লোক জনৰ জন্ম হৈছিল।

তাৰ পিছত আৰু কোনো সন্তানৰ জন্ম হোৱা নাছিল দ্বীপটোত।

নটা দশকৰ অন্তত দ্বীপটোৰ বাসিন্দা এৰিন ফাৰনাল্ড গ্ৰে নামৰ মহিলা গৰাকীয়ে জন্ম দিয়ে এটি কন্যা সন্তানৰ।

সন্তানটিৰ নাম ৰখা হৈছে এজালিয়া বেলে গ্ৰে।

সন্তান জন্ম দিবৰ বাবে গ্ৰে দম্পতিয়ে মেইনছ দ্বীপৰ আটাইতকৈ ডাঙৰ দ্বীপ মাউণ্ট ডিজাৰ্ট দ্বীপলৈ যোৱাৰ পৰিকল্পনা কৰিছিল যদিও তেওঁলোকে বাস কৰা ইছলেফোৰ্ড দ্বীপতেই সন্তানটিৰ জন্ম হয়।

আমেৰিকাৰ উত্তৰ-পূব অংশত অৱস্থিত মেইনছ দ্বীপপুঞ্জত বহুলোকে বাস কৰি আহিছে যদিও তেওঁলোকে কোনো সন্তান দ্বীপপুঞ্জটোত বিগত ৯০ বছৰ ধৰি জন্ম দিয়া নাই।

প্ৰতিকূল প্ৰাকৃতিক পৰিবেশৰ বাবেই মেইনছ দ্বীপপুঞ্জত মানুহে বেছি দিন স্থায়ী ভাবে বসবাস নকৰে।

সাগৰীয় মাছ আৰু লবষ্টাৰৰ বাবে বিখ্যাত সেই অঞ্চললৈ মানুহে কেৱল উপাৰ্জনৰ বাবেহে আহে।

সাগৰীয় মাছৰ ব্যৱসায় কৰি থকা লোকসকলে ধুমুহা আৰু জোৱাৰে সংহাৰৰ সৃষ্টি কৰা মেইনছ দ্বীপপুঞ্জক সন্তান জন্ম দিয়াৰ উপযুক্ত স্থান বুলি নাভাবে বুলি বহুতে ধাৰণা কৰি আহিছে।

সেইবাবেই বিগত ৯০ বছৰ ধৰি সেই অঞ্চলত কোনেও শুনা নাছিল শিশুৰ কান্দোন।

অৱশেষত ৯০ বছৰৰ অন্তত দ্বীপপুঞ্জটোত শুনিবলৈ পোৱা গ’ল শিশুৰ কান্দোন।

১৯২৭ চনত দ্বীপপুঞ্জটোত শেষ বাৰৰ বাবে শিশু এটিৰ জন্ম হৈছিল।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd