• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিজেপি বিধায়কৰ বিতৰ্কিত ভিডিঅ’; ‘তবলিগী জামাতি আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ পৰা আঁতৰি থাকক’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 18, 2020 5:35 pm

1 min read

Sahendra Singh Chauhan

বিধায়ক চৌহান (ফাইল ফ'টো)

954
VIEWS
Share on FacebookShare on Twitter

এগৰাকী বিজেপিৰ বিধায়কৰ ফেইচবুক কাণ্ডই তোলপৰ লগাইছে চ’ছিয়েল মিডিয়াত।

বিজেপি বিধায়কগৰাকীয়ে এটা ফেইচবুক ভিডিঅ’টোত নিজৰ সমষ্টিবাসীক তবলিগী জামাতীৰ লগতে তেওঁলোকৰ সম্প্ৰদায়টোৰ পৰা সমষ্টিবাসীক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে।

ৰাষ্ট্ৰীয় লোক দলৰ প্ৰাক্তন সদস্য তথা বৰ্তমানৰ বিজেপি ছাহেন্দ্ৰ সিং চৌহানে ভিডিঅ’টোত কয় যে এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ লোকে ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈ ইয়াৰ সংক্ৰমণ সম্প্ৰসাৰিত কৰি আছে।

তেওঁ লগতে তেওঁৰ সমষ্টিবাসীক জামাতীৰ লগতে সেই বিশেষ ধৰ্মীয় সম্প্ৰদায়টোৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

‘মই খাদ্য সামগ্ৰী বিতৰণ কৰা দল আৰু স্থানীয় দণ্ডাধীশক তেওঁলোকৰ বাবে বেলেগে খাদ্য সামগ্ৰী যোগান ধৰিবলৈ কৈছো আৰু তেওঁলোকৰ বাবে ধন উলিওৱাৰ এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিবলৈ কৈছো। ই জিলাখনৰ লগতে দেশত বাবেই অতি জৰুৰী।’ বিধায়ক গকাৰীয়ে ভিডিঅ’টোত এইদৰে আৰু কয়।

এজন জনপ্ৰতিনিধয়ে এনে এক সংকটৰ সময়ত নিজ সমষ্টিৰ কেৱল এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ক এইদৰে লক্ষ্য কৰি লোৱাত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বহুতে এনে সাম্প্ৰদায়িক মন্তব্যৰ বাবে বিধায়কগৰাকীক সমালোচনা কৰা দেখা গৈছে।

Tags: COVID-19

Recent News

traffic-fine

দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ আৰোহীয়ে এইবোৰ নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd