• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ আতংক; আপোনাৰ মানসিক আৰু শাৰীৰিক সুস্থিৰতা বৰ্তাই ৰাখক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 16, 2020 9:24 am

1 min read

coronavirus-750x375
38.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে।

এই সম্পৰ্কত ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থা (WHO), চৰকাৰী স্বাস্থ্য সেৱা সম্বন্ধীয় সংস্থাবোৰে জনসাধাৰণলৈ বিভিন্ন বিধি বিধান তথা পৰামৰ্শ আগবঢ়াইছে।

যিবোৰ মানি চলিলে ক’ৰ’না ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি অথবা প্ৰতিৰোধ কৰিব পাৰি।

বিশেষকৈ OCD আক্ৰান্ত লোকসকলে এই ক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰাতো অতি প্ৰয়োজন।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সম্বন্ধীয় প্ৰচাৰিত বাতৰি ক্ষেত্ৰত তেওঁলোক সজাগ হোৱা উচিত যাতে মানসিক সুস্থিৰতা বৰ্তাই ৰাখিব পাৰে।

OCD আক্ৰান্ত লোকসকলৰ বাবে এই ধৰণৰ আতংক নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে মানসিক উদ্বিগ্নতাই শীৰ্ষস্তৰলৈ গতি কৰাতো স্বাভাৱিক। গতিকে এই ক্ষেত্ৰত তেওঁলোক সতৰ্ক হোৱা প্ৰয়োজন যাতে অযথা আতংকগ্ৰস্ত নহয়।

সেয়ে ক’ৰ’না ভাইৰাছ সম্পৰ্কীয় বাতৰি পঢ়াৰ ক্ষেত্ৰত সতৰ্ক আৰু সজাগ হোৱা ভাল যাতে এই সম্পৰ্কত শুদ্ধ ধাৰণা এটাহে গঢ় লয়।

মিছা অথবা অতিৰঞ্জিত যেন লগা বাতৰিৰ পৰা পৰাপক্ষত আঁতৰি থকাটোৱেই উত্তম।

বহু বাতিৰয়ে মিছা তথ্য আৰু খবৰো বিয়পাই থকা দেখা যায়। এই ক্ষেত্ৰত তেওঁলোকৰ বাতৰিত ভুল নগৈ চৰকাৰী বা কৰ্তৃত্বশীল কৰ্তৃপক্ষৰ নিৰ্দেশনা আৰু পৰামৰ্শবোৰ মনত ৰখা উচিত।

তেওঁলোকৰ বিশেষ ব্যস্ততা নাথাকিলে কিতাপ পঢ়ি বা নিজৰ ভাল কামত ব্যস্ত থাকিব পাৰে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd