• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ভাৰতীয় শিবিৰত মোক্ষম আঘাতঃ টেষ্ট শৃংখলাৰ পৰা বাহিৰ ছামি, অনিশ্চিত জাদেজাও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2024 9:11 pm
India vs England Mohammed Shami Ravindra Jadeja
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰৰ পৰা বিশাখাপট্টনমত আৰম্ভ হ’ব ভাৰত-ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট। ইতিমধ্যে প্ৰথম টেষ্টত জয়েৰে শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে ভ্ৰমণকাৰী দল ইংলেণ্ডে।

গতিকে কাইলৈৰ পৰা আৰম্ভ হ’বলগা মেচখনত প্ৰবল আত্মবিশ্বাসেৰে খেলপথাৰত নামিব ইংলেণ্ড। আনহাতে ঘৰুৱা দল ভাৰতে স্বাভাৱিকতেই এই মেচখনত জয়েৰে শৃংখলাত সমতা স্থাপনৰ চেষ্টা চলাব।

Apply Now

অৱশ্যে এই ক্ষেত্ৰত ভাৰতীয় দল কিছু চাপৰ সন্মুখীনো হ’ব। কিয়নো দলৰ দুই অভিজ্ঞ তাৰকা ৰবীন্দ্ৰ জাদেজা আৰু কে এল ৰাহুল আঘাতৰ বাবে ইতিমধ্যেই দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হৈছে।

এই দুই তাৰকাৰ অনুপস্থিতি ভাৰতীয় দলত অৱশ্যেই অনুভৱ হ’ব। ইতিমধ্যে এই দুই তাৰকাৰ ৱাশ্বিংটন সুন্দৰ, সৌৰভ কুমাৰ আৰু ছৰফৰাজ খানক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

লক্ষণীয়ভাৱে পাঁচখনীয়া মেচত এই শৃংখলাটোৰ প্ৰথম দুখন মেচৰ বাবেহে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইতিপূৰ্বে দল ঘোষণা কৰিছিল। শৃংখলাৰ অন্তিম তিনিখন মেচৰ বাবে অদ্যপি দল ঘোষণা কৰা নাই বিচিচিআইয়ে।

দ্বিতীয় টেষ্টৰ বাবে আঘাতৰ সমস্যাক লৈ চিন্তিত ভাৰতীয় দলক এতিয়া আন এক খবৰে চিন্তিত কৰি তুলিছে। আঘাতৰ বাবে প্ৰথম দুখন টেষ্টত উপলব্ধ নোহোৱা অভিজ্ঞ পেচাৰ মহম্মদ ছামি এতিয়া সমগ্ৰ শৃংখলাৰ পৰাই বাহিৰ হৈছএ।

বিগত বৰ্ষৰ এদিনীয়া বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শনেৰে সৰ্বোচ্চ উইকেট দখলকাৰী হিচাপে পৰিণত হোৱা ছামি বিশ্বকাপৰ পিছৰ পৰাই ক্ৰিকেটৰ পৰা আঁতৰি আছে। প্ৰকাশিত খবৰ অনুসৰি, চিকিৎসাৰ বাবে ছামি বৰ্তমান লণ্ডনত আছে।

চলিত টেষ্ট শৃংখলাৰ কোনো এখন মেচতে ছামি উপলব্ধ নহ’ব বুলি প্ৰায় নিশ্চিত। ছামিৰ লগতে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাও শীঘ্ৰে খেলপথাৰলৈ ঘূৰি অহাৰ সম্ভাৱনা নাই বুলি জানিব পৰা গৈছে।

শৃংখলাৰ প্ৰথমখন টেষ্টত জাদেজাই হেমষ্ট্ৰিঙত আঘাত পাইছিল। সূত্ৰ অনুসৰি জাদেজা আৰু কেইসপ্তাহমানৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থাকিব লগা হ’ব পাৰে। সেয়ে তেওঁ তৃতীয়খন টেষ্টত দলত নথকাটো প্ৰায় নিশ্চিত বুলি প্ৰকাশ পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd