• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮ জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2021 1:59 pm

1 min read

WhatsApp Image 2021-01-22 at 8.06.27 AM

ফটো সৌজন্য: ইণ্ডিয়া টুডে।

210
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বাজি ২০ মিনিটত এক প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল কৰ্ণাটকৰ শিবমোগা। প্ৰাথমিক অনুসন্ধানৰ পাছত জানিব পৰা মতে হুনাছোদু গাঁওৰ সমীপত ডিনামাইট বিস্ফোৰণ ঘটিছে।

বিস্ফোৰণৰ ফলত কমেও ৮জন লোকৰ মৃত্যু হৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

বিস্ফোৰণটোৰ তীব্ৰতা ইমানেই বেছি আছিল যে শিবমোগাৰ পাৰ্শ্বৱৰ্তী চিকমাগালুৰ আৰু ডাভানগৰ জিলাতো কম্পন অনুভুত হয়।

বাতৰি অনুসৰি, বিস্ফোৰণৰ তীব্ৰতাৰ ফলত বহুতো ঘৰৰ খিৰিকিৰ আইনা ভাঙি পৰে। তদুপৰি, পথ আৰু ঘৰত ফাটো মেলিছে।

বিস্ফোৰণত হোৱা কম্পনত বহুতেই ভূমিকম্প হোৱা বুলি ভাৱিছিল।

আৰক্ষীৰ এক সূত্ৰই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে শিবমোগাৰ উপকণ্ঠ অঞ্চলত বিস্ফোৰণটো সংঘটিত হৈছে।

আন এক আৰক্ষীৰ সূত্ৰই জানিব দিয়া মতে, এখন ট্ৰাকত কঢ়িয়াই অনা জিলেটিনৰ বিস্ফোৰণ ঘটাৰ ফলত কেইবাজন লোকৰ মৃত্যু হৈছে।

বিস্ফোৰণত ট্ৰাকখন ছিন্নভিন্ন হৈ পৰে আৰু মৃত লোকসকলৰ দেহৰ অংশ দূৰলৈ ছিটিকি পৰে। আনকি মৃতদেহসমূহ চিনাক্ত কৰাও কঠিন হৈ পৰিছে।

শিবমোগাৰ এই বিস্ফোৰণৰ ঘটনাত শোকপ্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায় আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd