• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছেৰাম ইনষ্টিটিউটত অগ্নিকাণ্ড; কোভিশ্বিল্ডৰ সুৰক্ষাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 21, 2021 4:37 pm

1 min read

WhatsApp Image 2021-01-21 at 4.10.00 PM
288
VIEWS
Share on FacebookShare on Twitter

দেশত কৰ’না ভেকচিনৰ প্ৰস্তুত কৰা পৰীক্ষাগাৰ পুনেৰ ছেৰাম ইনষ্টিটিউটত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে দুপৰীয়া ইনষ্টিটিউটটোৰ টাৰ্মিনেলত জুই ৰগাৰ খৱৰ পোৱা গৈছে।

অগ্নিকাণ্ডৰ ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমোৱাৰ চেষ্টা কৰে।

অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰত প্ৰকাশ কৰা মতে কৰ’নাৰ ভেকচিন কোভিশ্বিল্ড প্ৰস্তুত হোৱা স্থানটো বৰ্তমান সুৰক্ষিত হৈ আছে।

অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলৰ সহযোগত ইনষ্টিটিউটৰ ভিতৰত থকা বিজ্ঞানীসকলক নিপৰাপত্তাৰ স্বাৰ্থত বাহিৰলৈ উলিয়াই অনা হয়।

ইনষ্টিটিউটটোত অগ্নিকাণ্ডৰ ঘটনাক লৈ তীব্ৰ আতংকৰ সৃষ্টি হয়।

ঘটনাৰ পৰৱৰ্তী সময়ত বহুকেইখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি ঘটনাস্থলীত উপস্থিত হয়।

বাতৰি অনুসৰি, ইনষ্টিটিউটটোৰ বিচিজি ভেকচিন প্ৰস্তুত হোৱা মঞ্জৰী প্ৰকল্পটোত জুই লাগে আৰু তাৰপৰাই জুই চাৰিওপিনে বিয়পি পৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে চতুৰ্থ আৰু পঞ্চম মহলাৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।

আজি দুপৰীয়া ইনষ্টিটিউটটোৰ প্ৰশাসনিক ভৱনত প্ৰথমতে জুই লাগে য’ত বিচিজি ভেকচিন প্ৰস্তুত কৰা পৰীক্ষাগাৰ মঞ্জৰী প্ৰকল্পটো আছে।

অৱশ্যে, কোভিশ্বিল্ড য’ত প্ৰস্তুত কৰা হয় সেই স্থানটো কোনো ধৰণে ক্ষতিগ্ৰস্ত হোৱা নাই বুলি ছেৰাম কৰ্তৃপক্ষই দাবী কৰিছে।

Recent News

a rajya-sabha

ৰাজ্যসভাত বিৰোধীক আলোচনা কৰিবলৈ দিয়া নহ’ল মূল্যবৃদ্ধিৰ প্ৰসংগ,পুৰণি ঘাঁ খজুৱাই ল’লে আমেজ!

Mahanta-Jitu Goswami

কাৰ বাবে অগপই দলৰ প্ৰতিষ্ঠাপক, দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ আসনখন এৰি দিলে জানেনে?

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাই বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোনয়ন পত্র?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd