• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ চেন্ট্ৰেল মলত অগ্নিকাণ্ড; লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত!

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 8, 2021 10:11 am

1 min read

WhatsApp Image 2021-02-08 at 9.54.52 AM
324
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে পুৱাই খ্ৰীষ্টানবস্তিস্থিত চেন্ট্ৰেল মলৰ বাৰ কাম ৰেষ্টুৰেণ্টত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা।

শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।

পুৱা প্ৰায় ৮:০০ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি খবৰ পোৱা গৈছে।

চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুওৱাৰ চেষ্টা কৰে।

প্ৰায় ডেৰঘণ্টা জোৰা চেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন হোৱা বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ গৈছে বুলি সন্দেহ কৰা হৈছে।

চেন্ট্ৰেল মলৰ প্ৰথম মহলাত থকা আণ্ডাৰ দগত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

Recent News

a rajya-sabha

ৰাজ্যসভাত বিৰোধীক আলোচনা কৰিবলৈ দিয়া নহ’ল মূল্যবৃদ্ধিৰ প্ৰসংগ,পুৰণি ঘাঁ খজুৱাই ল’লে আমেজ!

Mahanta-Jitu Goswami

কাৰ বাবে অগপই দলৰ প্ৰতিষ্ঠাপক, দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ আসনখন এৰি দিলে জানেনে?

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাই বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোনয়ন পত্র?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd