• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুদীৰ্ঘ চাৰিটা দশকৰ পিছত আলফা(স্বা) ত্যাগ কৰিলে জ্যেষ্ঠ নেতা জীৱন মৰাণে; কিয় ল’লে এই সিদ্ধান্ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2021 3:50 pm
index.jpgz
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ বয়োজ্যেষ্ঠ নেতা জীৱন মৰাণে অৱশেষত ত্যাগ কৰিছে সংগঠন।

সূদীৰ্ঘ চাৰিটা দশক উত্তৰ পূৱ ভাৰতৰ অন্যতম বিদ্ৰোহী সংগঠনটোৰ নেতৃত্ব দি অহা ৬৫ বছৰীয়া জীৱন মৰাণক সম্পূৰ্ণ স্বাস্থ্যজনিত কাৰণত আলফা(স্বা)ৰ পৰা অব্যাহিত দিয়াৰ কথা ঘোষণা কৰিছে সংগঠনটোৱে।

Apply Now

মেজৰ জেনেৰেল জীৱণ মৰাণে স্বাস্থ্য আৰু বয়সজনিত কাৰণত আলফা(স্বা)ৰ পৰা অব্যাহতি বিচৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে আলফা(স্বা)ৰ বয়োজ্যেষ্ঠ নেতাগৰাকীক সংগঠনটোৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে।

আজি অৰ্থাৎ ২৫ এপ্ৰিলত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত অলফা(স্বা) সভাপতি ডাঃ অভিজিত অসমে কয় যে “সংযুক্ত মুক্তি ৰাহিনী, অসম (স্বাধীন) সংগঠনৰ বিত্ত সম্পাদক ‘মেজৰ জেনেৰেল জীৱন অসম’ ডাঙৰীয়াৰ স্বাস্থ্য আৰু বৰ্তমানৰ প্ৰতিকূল অৱস্থানত সু-চিকিৎসাৰ অভাৱত আপোনাৰ বাবে আমি অত্যন্ত চিন্তিত। সেয়ে, আমাৰ সংগঠনৰ পৰা ঘৰলৈ গৈ চিকিৎসা লোৱা আৰু পৰিয়ালৰ মাজত জীৱনৰ বাকী কাল কটোৱাৰ মনোবাঞ্ছাক গ্ৰাহ্য কৰি আজি ইংৰাজী ২৫/০৪/২০২১ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সংগঠনৰ সকলো দা-দায়িত্বৰ পৰা অব্যাহতি প্রদান কৰি আপোনাক সসন্মানে বিদায় অনুমোদন কৰা হ’ল।”

উত্তৰ পূৱৰ অন্যতম বিদ্ৰোহী সংগঠনটোৰ সভাপতিগৰাকীয়ে লগতে আৰু কয় যে “সংযুক্ত মুক্তি বাহিনী অসম (স্বামীন) সংগঠনৰ এজন লৌহ স্থিতিৰ বিশিষ্ট সতীৰ্থৰ ওপজা মাটিলৈ ওভতনি যাত্ৰাত সংগঠনৰ প্রতিজনৰ হৈ শুভকামনা জনালোঁ।”

উল্লেখ্য যে ১৯৮৪ চনত আলফাত যোগদান কৰি দ্বিতীয় বেটচৰ সদস্য হিচাপে ম্যানমাৰ কাচিন আৰ্মিৰ প্ৰশিক্ষণ গ্ৰহণ কৰা জীৱন মৰাণ ওৰফে গুণড ডাঙৰীয়াই সুদীৰ্ঘ ৩৭ বছৰ ধৰি বিদ্ৰোহী সংগঠনটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত সুচাৰুৰূপে দায়িত্ব পালন কৰি আহিছে।

সংগঠনটোৰ পৰা অব্যাহতি লোৱাৰ পিছতে আলফা(স্বা)ৰ জ্যেষ্ঠ নেতা মেজৰ জেনেৰেল জীৱন মৰাণে অসুখীয়া স্বাস্থ্যৰ চিকিৎসা গ্ৰহণ কৰাৰ লগতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উবনত থকা নিজ গৃহত জীৱনৰ বাকী কালছোৱা পৰিয়ালৰ সৈতে কটাব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd