• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলী জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ দ্বাৰা ম’ক ড্ৰিল’ৰ আয়োজন

NE NOW NEWS মিটু খাটনিয়াৰ  
মাজুলী , December 21, 2018 3:16 pm

1 min read

Majuli DDMA has staged a mock drill
680
VIEWS
Share on FacebookShare on Twitter

যিকোনো সময়তে ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰিস্থিতিৰে যথোচিত ভাৱে মোকাবিলা কৰাৰ বাবে চৰকাৰী বিভাগ-সংস্থা সমূহৰ লগতে অসামৰিক প্ৰতিৰক্ষাৰে জড়িত স্বেচ্ছাসেৱী গোটসমূহকো নিয়মীয়া অনুশীলনেৰে সষ্টম হৈ থকাৰ সুযোগ দিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশত মাজুলীত এক দুৰ্যোগ ব্যৱস্থাপনাৰ অনুশীলন (‘ম’ক ড্ৰিল’)ৰ আয়োজন কৰে জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে।  যোৱাকালি ২০ ডিচেম্বৰ বৃহস্পতিবাৰে এই মক ড্ৰিলৰ আয়োজন কৰা হয়।

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ (DDMA) পৰ্যবেক্ষকৰ নিৰীক্ষণত এই জিলাস্তৰীয় দুৰ্যোগ প্ৰশমনৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ আখৰা  ১০ বজাৰ পৰা কমলাবাৰী আৰু গড়মূৰৰ পাঁচটা স্থানত একে সময়তে সম্পন্ন কৰা হয় ।

প্ৰায় ৮ ৰিখটাৰ স্কেল প্ৰাবল্যৰ এক কাল্পনিক ভূমিকম্পৰ প্ৰেক্ষাপটক কেন্দ্ৰ কৰি ডিডিএমএৰ পৰিচালনাত কমলাবাৰীৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, কমলাবাৰী দৈনিক বজাৰ, মাজুলী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, কমলাবাৰী মিলন সংঘৰ লগতে গড়মূৰ অসামৰিক চিকিৎসালয়ত এই জৰুৰীকালীন উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ আখৰা অনুষ্ঠিত কৰা হয়।

Recent News

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd