• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনৰ সময়ত মাজুলীৰ দুখীয়া পৰিয়ালক সকাহ দিয়াৰ বিভিন্ন প্ৰয়াস জিলা প্ৰশাসনৰ

মিণ্টু খাটনিয়াৰ by মিণ্টু খাটনিয়াৰ
April 22, 2020 6:42 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজোৰা লকডাউনৰ সময়ছোৱাত মাজুলীৰ দুখীয়া পৰিয়ালসমূহক আৰ্থিক সকাহ দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে জিলা প্ৰশাসনে।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহলৈ জনধন একাউণ্টৰ জৰিয়তে আগবঢ়োৱা বিভিন্ন আঁচনিৰ অধীনৰ সাহায্যৰাশি হিতাধিকাৰী পৰিয়ালসমূহে লকডাউনৰ সময়ছোৱাত জৰুৰী প্ৰয়োজনীয়তা পূৰাবলৈ ব্যৱহাৰ কৰিব পৰাকৈ তেওঁলোকৰ হাতত নগদ ধন হিচাপে প্ৰদানৰ বাবে প্ৰশাসনৰ নিৰ্দেশত জিলাখনৰ বেংকসমূহে ব্যৱস্থা লৈছে।

Apply Now

জিলা প্ৰশাসনৰ নিয়মীয়া নিৰীক্ষণত মাজুলীৰ চাৰিটা বেংকৰ দহটা শাখাই ৩৬টা ‘কাষ্ট’মাৰ ছাৰ্ভিচ প’ইণ্ট’ (চিএছপি)ৰ জৰিয়তে এই দুখীয়া হিতাধিকাৰীসকলৰ মাজত ঘৰে ঘৰে গৈ চৰকাৰী আঁচনিৰ সাহায্যৰ নগদ ধনৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

যোৱা ১৩ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ জিলাখনৰ ১০,৬০১গৰাকী জনধন যোজনাৰ গ্ৰাহক হিতাধিকাৰীলৈ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোজনা (পিএমজিকেৱাই), প্ৰধান মন্ত্ৰী উজ্বালা যোজনা (পিএমইউৱাই), প্ৰধান মন্ত্ৰী কিষাণ সন্মান যোজনা (পিএমকিষাণ) আৰু মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনা (চিএমকেএছএছৱাই)ৰ অধীনৰ সাহায্যৰ নগদ ধন আগবঢ়াইছে বেংক আৰু চিএছপিসমূহে।

উল্লেখ্য যোগ্য যে, প্ৰধান মন্ত্ৰী জনধন যোজনাৰ অধীনত বেংক একাউণ্ট থকা দুখীয়া পৰিয়ালৰ হিতাধিকাৰীসকলৰ ভিতৰৰে পিএমজিকেৱাই হিতাধিকাৰী প্ৰতিগৰাকী মহিলালৈ ৫০০ টকাকৈ, পিএমইউৱাই হিতাধিকাৰী মহিলালৈ ৰন্ধন গেছ চিলিণ্ডাৰৰ ৰাজ সাহায্যৰ ধন ৭৬৪ টকাকৈ তেওঁলোকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনলাইন ব্যৱস্থাৰে প্ৰদান কৰিছে।

একেদৰে, পিএম কিষাণ সন্মান যোজনাৰ হিতাধিকাৰীসকললৈ কেন্দ্ৰীয় চৰকাৰে গাইপতি ২০০০ টকাকৈ আৰু মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ হিতাধিকাৰীলৈ অসম চৰকাৰেও গাইপতি ২৫০০ টকাকৈ তেওঁলোকৰ জনধন একাউণ্টত শেহতীয়াকৈ অনলাইন ট্ৰান্সফাৰ কৰিছে।

চৰকাৰে ল’কডাউনৰ সময়ত উপাৰ্জনহীন হৈ পৰা এই দুখীয়া পৰিয়ালসমূহে কিছু সকাহ পাব পৰাকৈ জৰুৰীভাৱে এই আঁচনিকেইখনৰ ধন ভাগে ভাগে জনধন একাউণ্টত ভৰাই দিয়াৰ ব্যৱস্থা কৰাৰ পাছত চৰকাৰৰ নিৰ্দেশত মাজুলী জিলা প্ৰশাসনে বেংকসমূহৰ জৰিয়তে এই চৰকাৰী সাহায্যৰাশি নগদ ধন হিচাপে জিলাখনৰ দুখীয়া হিতাধিকাৰী সকলে ঘৰে ঘৰে অথবা নিজ এলেকাতে লাভ কৰাৰ ব্যৱস্থা কৰে।

মাজুলীত সেৱা আগবঢ়োৱা পঞ্জাৱ নেছনেল বেংক (অধুনালুপ্ত ইউবিআই), ভাৰতীয় ষ্টেট বেংক, অসম গ্ৰামীণ বিকাশ বেংক আৰু ইউকো বেংকৰ অধীনৰ চিএছপিসমূহে দূখীয়া হিতাধিকাৰীলৈ চৰকাৰী সখহাৰৃযৰাশি নগদ ধন হিচাপে আগবঢ়োৱাৰ সমগ্ৰ ব্যৱস্থাটো মখজুলীৰ জিলা প্ৰমুখ বেংক প্ৰৱন্ধক সজীৱ কুমাৰ বৰাই তত্বাৱধান কৰিছে।

মিণ্টু খাটনিয়াৰ

মিণ্টু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd