• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2021 6:57 am
https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মালয়েছিয়াৰ মুছলমান সম্প্ৰদায়ৰ এগৰাকী সমকামী যুৱকে ইছলামিক ধৰ্মীয় আইনৰ দ্বাৰা নিষেধাজ্ঞা আৰোপ কৰা সমকামীৰ যৌন সম্পৰ্ক সন্দৰ্ভত আদালতত এক গুৰুত্বপূৰ্ণ বিজয় সাৱ্যস্ত কৰিছে।

উল্লেখ্য যে সমকামীৰ যৌনতাক ‘প্ৰকৃতিৰ আদেশৰ বিৰুদ্ধে’ বুলি ঘোষণা কৰি ইছলাম ধৰ্মীয় আইনে বেছিভাগ মুছলাম দেশত নিষিদ্ধ কৰিছিল।

Apply Now

মালয়েছিয়াৰ ৩০ বছৰীয়া এজন যুৱকে(যাৰ নাম গোপনীয়তা ৰক্ষাৰ বাবে ৰাজহুৱা কৰা হোৱা নাই) সমকামীৰ যৌন সম্পৰ্ক স্থাপনৰ চেষ্টা কৰাৰ অভিযোগত ২০১৮ চনত চেন্ট্ৰেল চেলাংগৰ ৰাজ্যত গ্ৰেপ্তাৰ হোৱাৰ পিছত ইছলাম ধৰ্মীয় আইনৰ নিষিদ্ধকৰণৰ বিৰুদ্ধে মালয়েছিয়াৰ শীৰ্ষ আদালতৰ দাৰস্থ হৈছিল।

মালয়েছিয়াৰ শীৰ্ষ আদালতে এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সমাপন কৰি এক সৰ্বসন্মত সিদ্ধান্ত ঘোষণা কৰি কয় যে চেলেংগৰত ব্যৱহৃত ইছলামিক আইন অসাংবিধানিক আৰু ইয়াৰ কৰ্তৃপক্ষৰ আইন প্ৰণয়ন কৰাৰ কোনো ক্ষমতা নাই।

আনহাতে মালয়েছিয়াত সমলিংগৰ যৌনতা অবৈধ হ’লেও এনে যৌন সম্পৰ্ক স্থাপনৰ বাবে কোনো লোকক দোষী সাৱস্ত্য কৰা নজিৰো অতি বিৰল।

এই ৰায়ৰ পিছতে দক্ষিণ পূৱ এছিয়াৰ এলজিবিটিকিউৰ সমৰ্থকসকল যথেষ্ট উসাৎহী হৈ উঠা পৰিলক্ষিত হৈছে।

এলজিবিটিকিউৰ সমৰ্থকসকলে ইছলামিক ধৰ্মীয় আইনে সমকামীসকলক অধিকতৰ ভাৱে লক্ষ্য কৰি লোৱা বুলিও অভিযোগ কৰি আহিছে।

“এইটো ঐতিহাসিক ৰায়। মালয়েছিয়াৰ এলজিবিটিকিউৰ অধিকাৰৰ বাবে ই অতি স্মৰণীয়।” এলজিবিটিকিউৰ অধিকাৰ পেলাংগী অভিযানৰ প্ৰতিষ্ঠাতা নমন আফিয়ে সংবাদ সংস্থা ৰয়টাৰক কয়।

নমনে আফিয়ে আশা কৰিছে চেলাংগৰৰ এই ৰায়টোক অনুসৰণ কৰি মালয়েছিয়াৰ অন্য ৰাজ্যসমূহত প্ৰচলিত ইছলামিক ধৰ্মীয় আইনৰ এই নিষেধাজ্ঞা বাতিল কৰিব।

উল্লেখ্য যে মালয়েছিয়াতো ব্ৰিটিছ উপনিৱেশিক আইনৰ অধীনত সমকামীৰ যৌন সম্পৰ্ক নিষিদ্ধকৰণ ৩৭৭ ধাৰা প্ৰচলন হৈ আছে আৰু এই আইনৰ অধীনত মালয়েছিয়াত সমকামীৰ যৌন সম্পৰ্কৰ বাবে দোষী সাৱ্স্ত্য হ’লে ২০ বছৰীয়া কাৰাদণ্ডৰ ব্যৱস্থা আছে।

সেয়ে নমনে এই ধাৰা দেশখনৰ পৰা বাতিল কৰাৰো দাবী উত্থাপন কৰিছে। “৩৭৭ ধাৰা এতিয়াও প্ৰচলন আছে, আমি গোচৰৰ ভয় নোহোৱাকৈ সন্মানসহকাৰে জীয়াই থাকিব বিচাৰো।” সংবাদ প্ৰতিষ্ঠান ৰয়টাৰক নমনে কয়।

প্ৰণিধানযোগ্য যে ৩২ মিলিয়ন জনসংখ্যাৰ দেশ মালয়েছিয়াত ৬০ শতাংশ লোকেই মুছলমান।

স্মৰ্তব্য যে এজন লোকৰ বাসগৃহত সমকামীৰ যৌন সম্ভোগৰ চেষ্টা কৰাৰ সন্দেহত ১১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু উক্ত গোচৰ চলোৱা সমকামী যুৱকজন এইসকলৰ মাজৰে এজন আছিল।

ইয়াৰে পাঁচজনক দোষী সাৱস্ত্য কৰি ২০১৯ চনত জৰিমনা বিহাৰ লগতে কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছিল নিম্ন আদালতে। নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে উক্ত সমকামী যুৱকজনে শীৰ্ষ আদালতৰ দাৰস্থ হৈ ঐতিহাসিক বিজয় সাৱস্ত্য কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd