• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্নেহ ! মাতৃহাৰা চাৰি বাঘৰ পোৱালিক মৰমেৰে আপদাল কৰিছে মতা বাঘটোৱে ,বিস্মিত প্ৰকৃতিপ্ৰেমী

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2021 4:31 pm
tigggg
212
VIEWS
Share on FacebookShare on Twitter

কেৱল মানুহৰ মাজতেই যে দয়া-মায়া, দায়বদ্ধতা আছে তেনে নহয়, বন্য জীৱৰ মাজতোএনে গুণৰ সমহাৰ দেখিবলৈ পোৱা যায়।

শেহতীয়াকৈ মাতৃহাৰা চাৰিটাকৈ বাঘৰ পোৱালিক সংকটৰ সময়ত এৰি নগৈ মাতৃৰ মৰমেৰে মতা বাঘটোৱে আপদাল কৰাৰ ঘটনাই আচৰিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক।

ঘটনাটো ঘটিছে মধ্যপ্ৰদেশত ।ৰাজ্য খনৰ পান্না সংৰক্ষিত ব্যাঘ্ৰ প্ৰকল্পত বিগত কেইমাহমান ধৰি মতা বাঘটোৱে মাতৃহাৰা চাৰিটা পোৱালিৰ যত্ন লৈ থকাৰ কথা পোহৰলৈ আহে বনবিভাগে অৰণ্য খনত স্থাপন কৰা বিশেষ কেমেৰাৰ পৰা।

বন বিভাগৰ কৰ্মীয়ে আনকি মতা বাঘটোৱে পোৱালি চাৰিটাৰ যত্ন লৈ থকাৰ দৃশ্যও প্ৰত্যক্ষ কৰে।

উল্লেখ্য যোৱা ১৫ মে’ত পোৱালি চাৰিটাৰ মাতৃ বাঘিনী জনীৰ মৃত্যু ঘটিছিল।

ইয়াৰ পিছতে পোৱালি কেইটাৰ আলাই-আথানি হ’বলৈ নিদি মতা বাঘটোৱেই পোৱালি কেইটাৰ দায়িত্ব গ্ৰহণ কৰে।

মতা বাঘটোৱে পোৱালি কেইটাৰ সৈতে ছাঁটোৰ দৰে লাগি থকাৰ উপৰি সিহঁতক খাদ্যও যোগান ধৰি আহিছে।

পান্না সংৰক্ষিত ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক ইউএছ শৰ্মাই প্ৰকাশ কৰা মতে মতা বাঘটোৱে সৰু সৰু জন্তু চিকাৰ কৰি আনি পোৱালি কেইটাক খাবলৈ দিয়ে।

মুঠৰ ওপৰত মতা বাঘটোৱে পোৱালি কেইটাক বাঘিনী জনী নোহোৱাৰ কথা এবাৰৰ বাবে হ’লেও উপলব্ধি কৰিবলৈ দিয়া নাই।

বন্য জন্তুৰ মাজতো থকা এনে দয়া পৰৱশতা আৰু দায়বদ্ধতাৰ কথাই এতিয়া সকলোকে আপ্লুত কৰি তোলা পৰিলক্ষিত হৈছে।

পান্না সংৰক্ষিত ব্যাঘ্ৰ প্ৰকল্পৰ বিষয়া-কৰ্মচাৰীসকলে আলেঙে-আলেঙে বাঘ পোৱালি কেইটাৰ ওপৰত চকু ৰাখি আহিছে।

লগতে বাঘ কেইটা থকা স্থানত স্থাপন কৰা হৈছে কেইবাটাও কেমেৰা।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd