• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, April 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মনোনয়নপত্ৰ দাখিলৰ সময়তে মমতা বেনাৰ্জীক আক্ৰমণ, ভৰি আৰু বুকুত গুৰুতৰ আঘাত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 10, 2021 7:30 pm

1 min read

মনোনয়নপত্ৰ দাখিলৰ সময়তে মমতা বেনাৰ্জীক আক্ৰমণ, ভৰি আৰু বুকুত গুৰুতৰ আঘাত
358
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক নিৰ্বাচনী সভাত আক্ৰমণ কৰা হৈছে।

নন্দীগ্ৰামৰ বাৰলীয়া নামৰ ঠাইখনত এক নিৰ্বাচনী প্ৰচাৰ সভাত বুধবাৰে এই কাণ্ড সংঘটিত হৈছে।

মুখ্যমন্ত্ৰীজনে এই বিষয়ে সাংবাদিকসকলক কয় যে তেওঁ গাড়ীৰ ভিতৰত বহি থকা অৱস্থাত গাড়ীখনৰ দুৱাৰ বন্ধ কৰিবৰ চেষ্টা কৰি কেইজনমান অচিনাকী দুবৃৰ্ত্তই তেওঁক আক্ৰমণ কৰে।

আনকি তেওঁৰ এখন ভৰি আৰু বুকুতো আঘাট পোৱা বুলি মুখ্যমন্ত্ৰীজনে অভিযোগ কৰিছে।

উল্লেখযোগ্য যে উক্ত স্থানত কোনো আৰক্ষী উপস্থিত নাছিল।

মমতাই অভিযোগ কৰি কয় যে তেওঁৰ ওপৰত ষড়যন্ত্ৰ কৰা হৈছে।

বংগ নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতাই প্ৰতিদ্বন্দিতা কৰিছে।

বুধবাৰে তেওঁ মনোনয়নপত্ৰ দাখিল কৰাৰ পাছতে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

ইতিমধ্যে মমতাই নন্দীগ্ৰামৰ পৰা কলকাতালৈ উভটি গৈছে।

উল্লেখযোগ্য মনোনয়নপত্ৰ দাখিল কৰি মমতাই ১১ মাৰ্চত নন্দীগ্ৰামতে মহাশিৱৰাত্ৰি পালন কৰাৰ কথা আছিল।

বিষয়টো সংক্ৰান্তত তৃণমূল কংগ্ৰেছে নিৰ্বাচনী আয়োগক এখন অভিযোগপত্ৰ দাখিল কৰাৰ সম্ভাৱনা আছে।

Recent News

a ccc

কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত জিলা উপায়ুক্তক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd